না মনে করাই থাক,
অতীত নিয়ে লিখতে হলে, লেখার জন্য
মোবাইল এর ফাইলেই রাখ।
খাতার পাতা বড্ড কাঁদায়, কালি ভাসায় জলে
হারিয়ে গেছে ডাইরি গুলো, ফোনটাই এখন চলে।-
▪নঙলামুখৰ মৰহা ছবি▪
সিদিনা বেলি লহিওৱাৰ পৰত
তেওঁ জাপিটো পিন্ধি
বোকাৰ মৃদু গোন্ধটোৰে নঙলামুখত ৰৈ আছিল ।
কৈছিল,
হাবিতলীয়া সুৰুকীয়া বাটটোৰে আহোতে
ফেঁচায়ে নিউ নিউ কৰিছিল ।
আজিয়ো তেওঁ তেনেকৈয়ে ৰৈ আছে
সেই একেই ঠাইতে ।
এহাতে ক'লা ছাতি এটা ,
আনটো হাতত চাউলৰ মোনা এটা ।
বাঁহ কেইডালৰ ঠাইত এখন লৌহকপাট ।
এটা হুমুয়াহৰ সৈতে তেওঁৰ স্বগতোক্তি,
"চকু দুটা ক'লা ধোঁৱাই চানি ধৰিছে ।"
-
অই,,শুনা না !
অতীতৰ ক'লা ঢাকণিখনি গুচাই মৰমৰ ৰক্ত ওৰণিখনি গুজি দিব পাৰিবানে মোৰ হৃদয়শিৰত ??
যদি পাৰা এতিয়াও কোৱা.......
মৰমৰ শুভ্ৰ আঁচলেৰে তোমাৰ অশ্ৰুসিক্ত নয়নযুৰিৰ চকুলোবোৰ মচি দিবলৈ মইজনী পুনৰ সাজু !!-
যেমন অতীতের পরে আসে বর্তমান
অতীতের কথা বন্দী থাকে যতো
সেই অতীতের খুঁজে পাওয়া চিঠিটাই
বাড়ায় মনে পুরনো স্মৃতির ক্ষত ।
অতীত খুঁজে পাওয়া চিঠির ভিতরেই
লুকিয়ে থাকে সুখ দুঃখ আনন্দ ,
সেই অতীতের চিঠি যখন সামনে আসে
খুঁজে পাওয়া যায় নতুন প্রানে ছন্দ ।-
প্রতীক্ষায় অন্ত আজ থাক তুই একা,
জীবনযুদ্ধে এগোতে হবে পাবিনা আমার দেখা।।-
যাদের একদিন চলতো রাজ,
এখন তারা মোড়ের কোণে ঠাঁই দাঁড়িয়ে থাকে বারো মাস।
অতীত স্মৃতির ঘোরা টোপে তাদের রোজের দৌড় ঝাঁপ,
আজ তারা বৃদ্ধ, মালিক সর্ব শান্ত, নতুনদের চলছে রাজ।-
"কেতিয়াবা অতীতৰ কথা মনত আহিলেও অতীত হৈ হব নোখোজোঁ ,খুলিব নিবিচাৰোঁ আবেগ বিষদেৰে ভৰা অতীতৰ পৃষ্ঠাবোৰ ।পাহৰিব খোজোঁ ......এক নতুন সত্বাৰে ,যাতে মোক আমনি নকৰক সপোন সপোন লগা অতীত ।
-
অতীতটা যদি বর্তমানে ফিরে আসে?
যদি একটা ঝাপটেই সবকিছু ভেঙে চুরমার করে দেয়?
যদি তছনছিয়ে দেয় সাজানো গোছানো বর্তমানটা !
যদি বিশ্বাসের প্রতিটি সুতোর গিটে গিটে মিশিয়ে দেয় বিষাক্ত হেমলক !
কি করবে তখন ?
-
মোৰ ৰাজধানী চহৰখনত
অতীতে লগ এৰাৰ ক্ষোভত
ঠেৰু-ছিগা আবেগবোৰৰ
আজিকালি মৌন প্ৰতিবাদ।
অথচ মই এজন নিশ্চল দৰ্শক!
কিয়নো মোৰ এনেকুৱা লাগে,
আবেগক ন্যায় দিবলৈ গৈ
অতীতৰ সৈতে ৰচি-টনা খেলিলে
ভৱিষ্যতে নিজৰ পোহৰসন্ধানী
ৰাস্তা নিজেই হেৰুৱাব লাগিব।।-
প্রাক্তন বিলীন পঞ্চত্বে ।
জীবিত সে আজও মোর রক্তে।
তাঁর খেলাঘর আজ সাবলীল
সবই সময়ের দৌড়াত্ম্যে।।
-