Neel priyam D18   (neel priyam)
1.2k Followers · 2.1k Following

read more
Joined 8 November 2017


read more
Joined 8 November 2017
30 JUN 2020 AT 19:33

"মানৱীয়তা শুই আছিল
দানৱটোৰ সৈতে মানুহৰ ছাঁয়াত
তেজৰ নিৰ্মম খেল ।

-


29 APR 2020 AT 22:01

"আনক দেখুৱাই সুখী হোৱাৰ অভিনয় কৰিব পাৰি....
নিজকতো ফাঁকি দিব নোৱাৰি মই সুখী আছো বুলি !

-


18 MAR 2020 AT 19:32

"কেতিয়াবা নিজৰ মনৰ ভিতৰতে সৃষ্টি হয় এক বিশাল শূন্যতা , সেই শূন্যতাই এনে এক মায়াজালৰ সৃষ্টি কৰে সেইটোৰ পৰা ওলাবই নিবিচাৰোঁ , ক্ৰমাৎ সোমাই যাওঁ শূন্যতাৰ মায়াজালত আৰু আৰম্ভ হয় বিষাদতাৰ পৃষ্ঠা .. ভাগৰি পৰো....নিজকে শেষ কৰি দিবৰ মন যায় .... আকৌ চকুৰ আগলৈ ভাঁহি আহে মোৰ আইৰ কষ্টবোৰ, পিতাইৰ আশাভৰা মুখখন..আকৌ নিজকে বুজনি দিয়াত লাগি যাওঁ , মনটোক দৃঢ় কৰো আই-পিতাইৰ সপোন পূৰণ কৰিবই লাগিব ! আকৌ আৰম্ভ হয় গতানুগতিক জীৱন !

-


28 FEB 2020 AT 19:57


মৃত্যু,
এনে এখন অনাকাংক্ষিত উপন্যাস ,
যিটো উপন্যাসৰ আমিবোৰ একো একোটা
চৰিত্ৰ হ'ব নোখোজোঁ !!

-


20 JAN 2019 AT 17:58

"মৰিয়ম ,
মোৰ ঠিকনাটো ৰাখি থোৱা
এতিয়াই .....
কোনে জানে ....
এই আকাশখনৰ দৰে
কেতিয়া ঠিকনা হেৰাই যায় !!!!

-


11 NOV 2017 AT 20:59

"কেতিয়াবা অতীতৰ কথা মনত আহিলেও অতীত হৈ হব নোখোজোঁ ,খুলিব নিবিচাৰোঁ আবেগ বিষদেৰে ভৰা অতীতৰ পৃষ্ঠাবোৰ ।পাহৰিব খোজোঁ ......এক নতুন সত্বাৰে ,যাতে মোক আমনি নকৰক সপোন সপোন লগা অতীত ।

-


30 APR 2020 AT 21:42

" তুমিহীনতাৰ যন্ত্ৰণাত ভুগি
মই মোৰ ঠিকনা মচি মচি নিঃশেষ কৰিছো ।

-


29 APR 2020 AT 7:24

" কলমৰ হাতত ধৰি জী উঠা এটি বিপ্লৱী কবিতা হৈ, আশাবোৰ কবিতা হৈ ফুলি উঠক "
জন্মদিনৰ অশেষ শুভকামনা থাকিল ভাই ।

-


28 APR 2020 AT 23:19

" মৰমৰ ৰাধাচূড়া,
বৰ্ষাসিক্ত দেশৰ পদূলিত ৰৈ হৃদয়ৰ সমস্ত আৱেগ ঢালি মোৰ ৰঙা তেজেৰে তোমালৈ বুলি এখন চিঠি লিখিছোঁ ...অন্তত এইবাৰ চিঠিখন নোচোৱাকৈ নাথাকিবা ! চিঠিখন পঢ়িলেই গম পাবা মোৰ হৃদয়ত পঞ্জীভূত হৈ থকা বিৰহ গাঁথা ।
ইতি ,
তোমাৰ প্রিয়
কৃষ্ণচূড়া

-


22 APR 2020 AT 6:36

"শুভ্ৰ আকাশৰ ফিনিক্স পখী তুমি ...
সুঘ্ৰাণ ছটিয়াই যোৱা ....
তোমাৰ মৰমেৰে জীপাল কৰি
তোলা শব্দবোৰক ...
কলমেৰে হৃদয়ৰ ঘাঁ-বোৰ
ধুই নিয়া ...
মচি পেলোৱা অতীত ,বিষাদ ইত্যাদি ....

-


Fetching Neel priyam D18 Quotes