QUOTES ON #অভিনন্দন

#অভিনন্দন quotes

Trending | Latest
2 SEP 2019 AT 17:38

যে মানুষ আমার সবচেয়ে আপন
সে বুঝেও বোঝেনি আমার মন,
যার সাথে বিনি সুতার বাঁধন
সে এখন আমার প্রিয়জন।

-


27 JUN 2020 AT 22:34

বতাহৰ গতিত নিজতে বিলীন
অগ্নিৰ ডেউকা মেলি
এজনী ঈগল,,,।
চিঞৰ ত কপে আকাশ পাতাল
শব্দবিচ্যুত ,সকলো নিমাত,
শব্দৰ ধ্বনিত সকলো কম্পিত
দি যায় সাহস , উন্মাদ
জয়ৰ অনুভূতি ।

লক্ষ্য আজি হাতৰ মুঠিত
বুদ্ধি আৰু পৰক্ৰমেই তাইৰ চিন
সেয়েহে আজি , গৰ্বিত
ভাৰতৰ চৌদিশ ,,,,।

অভিব্যক্তি গাম্ভিয্যতা,,
বাকপতুতাই পৰিচয়,,
শব্দত নিৰ্ভিকতা,
দুৰ্মদ বীৰ হয়,,,।

বিশাল শক্তি ডেউকাত তাই ৰ
মুঠিত শিৱাজীৰ তৰোৱাল,,,
বিদ্যমান নয়ন নীলিম,,
অবাক দৃষ্টি ৰয়,,,।
::অনুৰাগ

-



মোৰ জীৱনৰ সৈতে প্ৰেমৰ নাটকখনত সুন্দৰ ৰূপত অভিনয় কৰাৰ বাবে তোমাক ধন্যবাদ ।
আৰু অভিনন্দন, কাৰণ মই সঁচা ভাল পাই হাৰি গ'লো আৰু তুমি অভিনয় কৰি জিকি গ'লা ।
মাত্ৰ এটাই অনুৰোধ, ইমান নিখুত ভাৱে যাতে কাৰোৰে হৃদয়ৰ লগত আৰু পুনৰ খেলা নকৰা। কাৰণ ধুমুহাত বিধস্ত হোৱা পঁজা এটাক ন-ৰূপ দিবলৈ কিমান কষ্টকৰ, সেই কথা মই ভালদৰেই জানো । যাৰ সংজ্ঞা তোমাৰ বাবে একেবাৰে অপৰিচিত.....🙂

#সুখী_মানুহ 🤘

-


22 AUG 2021 AT 17:39

।।শুভ রাখী বন্ধন।।
।। সকল বন্ধুকে আমার অনেক শুভেচ্ছা ও অভিনন্দন।।
🍁 সীমা 🍁

-


23 AUG 2019 AT 21:53

আশিসধন্য ৰণু মণ্ডল
≈≈≈≈≈≈≈≈≈≈≈≈≈≈
অন্ততঃ তেওঁ নোৱাৰিব
দুবাহু মেলি পোনচাটেই চিঞৰি দিব
কোনোবা নূৰ চহৰত ভৰি থৈ
"তেওঁ যে কেৱল জোনাকৰ প্ৰেমিক !"

যিহেতু
অতদিনে এন্ধাৰৰ সতেই সহবাস তেওঁৰ
আৰু
সেই এন্ধাৰৰ বাবেই
আজিৰ এই নূৰ চহৰৰ চিনাকি তেওঁ !

-


27 JUL 2024 AT 12:33

হৃদয়ের অভিনন্দন জানাই তাদেরকে,,
যারা নিঃসহায় নিঃসম্বল থেকে,
ভুল করে শিক্ষা পেয়ে,
ভালোবেসে আঘাত পেয়ে,
অনিদ্রায় অনাহারে,
ঘরের চালের ভিতর দিয়ে,
জোছনাকে আবিষ্কার করে,
মুখ থুবড়ে পরে গিয়েও,
সমাজ সংসারের বিদ্রুপ সহ্য করেও,
উঠে দাঁড়িয়ে সব পরিস্থিতির,
সামনাসামনি হয়ে,
নিজেকে প্রমান করেছে,
জীবন যুদ্ধে জয়ী হয়েছে,
তাদেরকে জানাই,
উজাড় করা হৃদয়ের অভিনন্দন।।

-


7 JUN 2020 AT 17:00

এই দিনটোৱেই আছিল,
আন এহাল প্ৰেমাস্পদৰ প্ৰথম দেখা।
তোমালোকক অশেষ অভিনন্দন,
সংগোপনে‌ যি সপোন ৰছিলা;
সঁচাকৈয়ে হতচকিত হৈ ৰʼলো।
এতিয়া আৰু কোনো আক্ষেপ নাই,
সুখী হোৱা তোমালোক।

-



শুভ মহালয়া❤🙏

-


18 OCT 2020 AT 12:56

সবাই কে জানাই শুভ শারদীয়ার প্রীতি , শুভেচ্ছা , ভালোবাসা ও অভিনন্দন ।।

-


14 APR 2020 AT 14:05

নবীন আলোকে, পুণ্য প্রভাতে নব আনন্দে সমস্ত আঁধারকে ভেদ করে জরাজীর্ণ পুরাতনকে বিদায় জানিয়ে নবরূপে সজ্জিত হোক নতুন ঊষা নির্মল জীবনে..
ভরে উঠুক নতুন গানের সুরে নতুন ছন্দে নতুন আশায় নতুন ভালোবাসায় বৈশাখের এই নব রবিকিরণে..

-