ভাগীৰথী হৈ যোৱানা তুমি ,,,
মই অলকানন্দা হম ,,,,
মিলি যাম আমি,,, দেৱপ্ৰয়াগত
গঙ্গুত্ৰিৰ সুৰত ,,,,,,।
অনুৰাগ-
,,,Novodayan 💓,,,,
ভাষা ৰ ওপৰত ইমান জ্ঞান না... read more
বহুত মানুহ ,,,ৰঙীন চোলা পিন্ধা ,
,,,,ৰঙীন সপোন লগত লৈ ফুৰা ,,,
,,,,,হাজাৰ মানুহ ,,,,
,,, দেখিছোঁ শুকুলা বেশ ধৰি নীলিম সপোন কাঢ়ি নিয়া দত্যবোৰক ,,,লোৰৰ পিঞ্জৰাত বন্দী পক্ষীজাকক মুক্ত হবলৈ কৰা হুলস্থল দেখিছোঁ মই ।
লগ পাইছোঁ বহুত তেজপ্ৰিয়া ,,,,,বগা সাজত মানুহৰ বেশত ,,, চুহিবলৈ সৰ্বসাধাৰণৰ কেঁচা তেজ ,,, জলাবলৈ সপোনবোৰ ।।
আৰু দেখিছোঁ জীৱন মৰণ একাকাৰ কৰা ,,,
,,দুবেলা দুমুঠিৰ সংগ্ৰামী বোৰক ,,,
নঙঠা শৰীৰ ত ফটা সিৰা এখন বস্ত্ৰত,,।।
মই লগ পাইছোঁ বহুত মানুহ,,,,,,
::- অনুৰাগ
-
উন্মাদনা ভৰা লুইতৰ বুকুখনি,,,
,, ঢৌ বোৰৰ লগে লগে ,,, টুলুং ভুটুং কৰা মোৰ নাওঁ খনি,,
,,, গন্তব্যৰ সন্ধানত ,,,,
কিন্তু ,,,,,,,
লুইতৰ উন্মদনা বোৰে চোন মোক প্ৰতি ক্ষণে ভয় তোলে ,,,প্ৰতি খনে মাথোঁ প্ৰত্যাহ্বান দিয়ে ।
মনত হাজাৰ প্ৰশ্ন ,,,আৰু বৈকল্পৰ সন্ধান , আৰু আবিৰহ যাত্ৰা মাথোঁ,
অসীমলৈ,, জীৱনৰ শেষলৈ,,।।
::অনুৰাগ-
"30 অক্টোবৰ"
1)
গতানুগতিক গতিত যান বাহন
গৈ আছে, আহি আছে
ফুটপাথৰ পদধুলা নিঃশান্ত ভাবে উৰি আছে,,,,।
পুৱাৰ কিৰণ মাথোঁ দৌৰিবলৈ আহ্বান
দুবেলা দুমুঠিৰ বাবে সকলো বলিদান ,,,,
সকলো নিজৰ কৰ্মৰ পথত,,,
কোনে জানে ,? ,,,তাত,,,,,
2)
আজি অকণিৰ মন হাঁহি শূন্য ,
তাই আজি শান্ত আৰু নিস্তব্ধ,,
তাই জানিছিল তাই যাবগৈ,,,,
সেই দুৰ আকাশলৈ ,জিলিকি থাকিবলৈ,
সেয়ে তাই ঠেহ ধৰিছিল ,,
স্কুল নাযাবলৈ,,,,,,,,,,,।
বিধাতাৰ বিধান কোনে জানে ,
মাকে তাইক জোৰ কৰি স্কুল পঠালে ,,,,,।।
3)
সেই খিনি আছিল গণেশগুৰি ,,
ঘপকে গাড়ী খন ৰখাই দিলে ,,
আৰু খন্তেক সময়ৰ পিছতে ,,,,,,,
এটা বৃহৎ শব্দৰে গোটেই গণেশগুৰি কঁপাই তুলিলে,,,।
সকলো জুইত ছাৰখাৰ
ধুৱাৰে ধুসৰিত,জুইত সকলো দগ্ধ,,,
আৰু তাৰ মাজতে আমাৰ অকণিও,,,,,,,,,,,,।।
কিয় ,,?
অকনিয়ে কিবা দোষ কৰিছিল ?
কিয় আজি অকণি ইমান দূৰত,,,,,।।
::Angshuman kakati
-
:: আধা লিখা স্তৱক::
আজি সপোনেও ডেউকা মেলে
বাস্তৱৰ আকাশত ,,,।
ডিঠকৰ ধুৱলি নদীত ,,,
মদৰুৱা দেওঁহাহ চৰে,,,
গাঁৱলীয়া মন,,আজি প্ৰাণ পাই উঠে ,,,।।
আধুনিকতাৰ বৈকল্পটাত অন্ধ দুটি চকু ,,,,
ক্ষণটাক আমি ত্যাগ নকৰোঁ মুকলি আকাশৰ তলত ,,,,
আজি বিলীন হল,, দিঠকৰ ধুৱলী নদীত ,
অস্তনমী সুৰুজৰ মদৰুৱা কিৰণ ,,।
ব্যৰ্থতাৰ ভয়ত হেৰাই গৈছো নিজকে ,,,
মুকলি আকাশৰ দুবাহুৰ তলত ,,।।
ৰৈ যায় ঘৰ্শিত শব্দৰ উত্তাল আৰ্তনাদ,,,
আধা লিখা কবিতাৰ মধ্য স্তবত,,,।।
::- অনুৰাগ
-
यह कुरबानी उन सहिदो कि नहीं
यह कुरबानी उन बेटियों की हैं,,,
जहां स्वतंत्रता बहुत कठिन,,,
जीवन मृत्यु की खेल हैं ये,,,।।
जहां सड़कें काटों से भरे,
जहां दरिंदे खुले आम सड़े,,
ये कैसा देश हैं,,
ये कैसा भेेश हैं,,।।
जहां कानून अंधे हैं,,
जहां आइने काले हैं,,
जहां नारी को देवी माने
पूजे लोग मंदिर में,,,
वहां लोग भूख तड़ते
राक्षस बने सड़कों पे,,,।।
ये कैसा देश हैं,,,,,
ये कैसा भेश हैं,,,,,।।
::अंशुमान काकति,,,।।
-