কৃষ্ণচূড়া ফুলিলেই
আপোনাৰ এধোপ সেন্দুৰে
কিয় কান্দি উঠে !!
পিছে মোৰ প্ৰিয় হৈয়ে থাকিল
সেন্দুৰে হওঁক অথবা কৃষ্ণচূড়া ।।-
বসন্তের হাতছানি
----------------------------
অবুঝ চিঠির খামে খামখেয়ালী ছায়া,
আবিরের রঙে লুটোপুটি বসন্তের সুর,
কৃষ্ণচূড়ায় প্রেম বুনছে মন বেহায়া,
ছন্দের প্রণালীতে মুখরিত ব্যস্ত নূপুর।
নন্দনকাননে বন্ধনমুক্ত কৃষ্ণের বাঁশি,
সখীদের হৃদয়ে রঙবাহারী শাসন,
চোখের কাজলে দুলছে অনুরাগের দাসী,
ঝোরো পাতায় নাচছে কুহুর বাহন।-
একদিন রংরুট,
শেষ ট্রেনে ফেরা।
কৃষ্ণচূড়ার লালে মিশে,
দুটি হৃদয় খোঁজা।
মেয়েটার চোখে উন্মুক্ত আকাশ,
ছেলেটার মনে বৈশাখী মেঘ।
হঠাৎ বৃষ্টিতে ভিজেছিল,
দুরন্ত ঝড়ের আবেগ।
হাতের আঙুলে আলতো ছোঁয়া ,
অনিশ্চয়তার অনুভূতি।
মনের ঘরে অস্থিরতা,
চোখে স্বপ্নীল আঁকিবুঁকি।-
একগোছা রোদ নামে,ভালোবাসা চিনে ফেলে ঘর।
আড়ালের হাতচিঠি ঘুরে আসে ব্যস্ত অলিগলি।
কাঁপা ঠোঁটে বসন্তকে চুমু দেয় আমার শহর।
সমস্ত প্রেমিকাদের তাই কৃষ্ণচূড়া হয়ে যেতে বলি।-
বসন্তের শরীর ছুঁয়ে টুপটাপ ঝরে যাওয়া কৃষ্ণচূড়া পড়ে থাকে পথে
শেষ দেখায় কাছের মানুষটা ফেলে রেখে যায় একরাশ মনখারাপ ,
কৈশোরও সময়ের ছক মেপে আনমনে ডেকে আনে যৌবন
সমান্তরাল গল্পেরা এভাবে অন্ত্যমিলে ভালো থাকে নিজের অজান্তেই ।
-
মৃত শহরে বিষাক্ত প্রহরে,ভালোবাসা আমার দুঃস্বপ্নই লাগে,
কৃষ্ণচূড়ার ওই লালভ ললাট,রোজ তোমার স্মৃতিতে জাগে।-
✧অভাৱ✧
খোলা চুলিত এপাহ কৃষ্ণচূড়া গুজি
বতাহত চানচিল্ক চেম্পুৰ সুবাস
উৰুৱাই যাব পৰাকৈ কিম্বা
লেকমি কাজলসনা দুচকুৰে
একেথৰে চাই থাকিব পৰাকৈ__
__মোৰ সেয়া বহুদিনৰে অভাৱ!!
আৰু সেইবাবেই......
ৰিক্ত হৃদিত প্ৰতিনিয়ত অনুভৱ কৰোঁ!
তই নামৰ এক চিনাকি উশাহৰ অভাৱ!!-
মই সোণাৰুৰ হালধীয়া ছতিয়াওঁ বা নছতিয়াওঁ
আপোনাৰ কৃষ্ণচূড়াৰ ৰঙেৰে কপাল ৰঙা কৰা ইচ্ছা এটা সদায় আছে-
চিৎ খাই পৰি ৰৈছে পুনঃ ৰাধাৰ গোন্ধ
এই আহিব ধৰাকৈ তেজৰ চোলাৰ কবিতা লিখি
পাহি পাহি নাকত উপেক্ষাৰ ফুলি পিন্ধি-
আমাৰ কৃষ্ণচূড়া জোপা ফুলিছে,
কিবা এটা ভাল লাগে মোৰ সেইজোপা।
তাৰ ফুলবোৰ এতিয়া তোমাৰ মোৰ
মৰমবোৰেৰে ৰাঙলী হৈ পৰিছে।
তুমি বাৰু প্ৰাপ্তি অপ্ৰাপ্তিৰ ৰং জানা নেকি,
হয়তো সিহঁতৰ ৰঙেই কৃষ্ণচূড়াৰ ৰঙ।
এয়া আমাৰ ৰঙ,জীৱনৰ ৰঙ,এক সত্বাৰ ৰঙ।
হয়তো ই যুগ যুগান্তৰলৈ আমাৰেই....
-