চিন্ময়ী ডেকা   (স্নিগ্ধা সুবাসী)
505 Followers · 173 Following

read more
Joined 30 August 2018


read more
Joined 30 August 2018

বিষাদে আজিও বিন্ধে জানা !
আগতে তোমাক দেখা নোপোৱাৰ দুখে
আৰু আজি ,
তোমাক দেখা নিদিবলৈ কৰা অভিনয়ে ।।

-



হেই মিষ্টাৰ !
আপুনিতো আজি বিচৰা ধৰণেই সুখী নহ ! আপোনাতেই বিলীন পাগলীজনীৰ কপাল ৰঙা কৰি ,অনামিকাত সাঁচ বহুৱাই তো বাৰুকৈয়ে সুখীৰ হোৱাৰ অভিনায়ক আজি আপুনি । কথা এটি জানানে ! আপোনাৰ যে হাজাৰ অৱহেলাৰ পাত্ৰী হৈ ও হেলাৰঙে সহ‍্য কৰিছিল....তাই জনীৰ বোলে আজি মৃত্যু হ'ল , আপোনাৰ চৰিত্ৰই হত্যা কৰিলে । সেন্দুৰ মুঠিয়ে বোলে মুখাগ্নি কৰিলে , আঙুঠিটোয়ে শেষ কৃত‍্য ও কৰিলে ।আকাশ বতাহে সকলোকে জনাই দিলে ।হয় দিয়ক ! কিমাননো আৰু সহজে সহ‍্য কৰিব ! তাই তো মানুহ হে , আপোনাৰ দৰে নামত হৃদয় এখনৰ বোজা বুকুত কঢ়িয়াই ফুৰা কচাইজন তো নহয় । তাই যে ছোৱালী , বুকুত বেদনা হ'ল বুলিয়ে মদৰ বটলটো ও ল'ব নোৱাৰে , লোকে দেখা কৈ কান্দিব ও নোৱাৰে । আন নহ'লেও মাজৰাতি মাকৰ বুকুত মূৰ গুজি নিশব্দে চকুপানী নিগৰোৱাৰ অভ‍্যাস কিন্তু বৰ সুন্দৰকৈয়ে কৰিব পাৰে এতিয়া । বাকী নো আৰু কি অভিযোগ কৰিব ? আপোনালোক এক হোৱাৰ সাক্ষী চন্দ্ৰ - সূৰ্য‍্য - বতাহৰ লগতে সেই নিশাৰ দূত মেঘদূতৰ ও এতিয়া তাইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সময় নোহোৱা হৈছিল ।উত্তৰেই বা দিব কি ! আপোনাৰ সত্য শুনাৰেই বা সামৰ্থ‍্যই ক'ত ? হ'ব দিয়ক মিষ্টাৰ নিৰ্ভেজাল বুলি প্ৰমাণ কৰিব খোজা ডাঙৰীয়া চাহাব । আপুনি আপোনাৰ চহৰত সুখৰ মদিৰাৰ নৈ বোৱাওঁক । তাইৰ মৃত্যুৰ অজুহাতত নহয় , নিজৰ পতনত ...👎🏻

-



ঠফফবব

-



Aaaa

-



মই সোণাৰুৰ হালধীয়া ছতিয়াওঁ বা নছতিয়াওঁ
আপোনাৰ কৃষ্ণচূড়াৰ ৰঙেৰে কপাল ৰঙা কৰা ইচ্ছা এটা সদায় আছে

-



সেউজীয়া হওঁক পৃথিৱী.....

-



হৃদয়খন এদিনলৈ নিব নেকি ?
চাব চোন জোৰা-টাপলি লগোৱা হৃদয়ৰ কিমান বেঠা...

-



মৃত্যুশিল্প

জন্মটে জানোঁ কোনোবাই ঠিকনা লৈ জন্মে !
নালাগে ঠিকনা , মৃত্যু মোৰ ইতিহাস হৈ ৰ'ব ।

আকৌ কি কলা !? হাঁহি ?
হাঁহি বোৰ এতিয়া বিষাদ জানা ...
হাঁহিবোৰে তিল তিল কৈ মাৰি নিয়ে মোৰ সোণাৰুবুলিয়া যৌৱন ।

-



Aaaaa

-



Aaaa

-


Fetching চিন্ময়ী ডেকা Quotes