QUOTES ON #বিশেষ

#বিশেষ quotes

Trending | Latest
26 FEB 2020 AT 0:33

কিছু বিশেষ আলোচনা আছে,আমার পাঠক বন্ধুরা আশা করি আমাকে সাহায্য করবে পাশে থাকবে । তোমারদের ভালোবেসেই নিজের অনুভূতি গুলো কলমে প্রকাশ করে পোষ্ট করি করেছি দিনের পর দিন রাতের পর রাত জেগে বড় বড় লেখা বুনেছি নিজের অনুভূতির রক্ত বিন্দু ঝরিয়ে ।

ক্যাপশনে আলোচনা আছে একটা ঘটনায় আমি ভীষণ শোকাহত,এরকম যে ঘটতে পারে ভাবতে পারিনি ।বন্ধুরা ,দাদা,দিদি ,ভাই বোন পাশে থেকো।

-


11 JUL 2021 AT 19:54


মই‌ এতিয়া প্ৰেম নামৰ
এডাল শেল বুকুত বহুৱাই দিছোঁ;
যাৰ বিষ ৰৈ যাব আমৰণ মোৰ বুকুত।

ইমানতেই কথাবোৰ শেষ নহয়..
চকুৰ কোণত ঠেলা-হেঁচাকৈ,
আৰম্ভ হয় এখনি কুৰুক্ষেত্ৰৰ।

ইমান সহজে কেনেকৈ উৰি যাব বুকুৰ জুই?
তথাপি বিনা প্ৰতিবাদে
গোপনে সামৰি ল‌ওঁ আপোনাক..
প্ৰেম নামৰ এডাল শেলেৰে।।

-


15 JAN 2021 AT 20:52

আপোনাক বিদায় দিয়াৰ
সাহস মোৰ নাই।
এপলক ৰৈ দিয়ক,
কেৱল মোৰ বাবে!
উশাহবোৰ সাৱটি ল‌ওঁ;
আপোনাক___________
আয়ুসে চুব নোৱাৰাকৈ।।

-


9 DEC 2020 AT 22:00

অভ্যাসবোৰ এনেকৈয়ে...
আপুনিৰ পৰা তুমি হৈ
ক্ৰমশঃ ত‌ইৰ দেশত।।

হয়তো ভাল লগাবোৰো
বাঢ়ি আহিব ধৰে,
মৌনতাই সাজিব খোজা
সমাধিৰ বুকু ভেদি!

-


28 MAY 2020 AT 7:48

বিশেষ জনৰ বিশেষবোৰে মোৰ দিনটো আৰু বিশেষ কৰি তুলে❣️❣️

-


20 NOV 2020 AT 15:39







নারীর জীবন গীতের ধ্রুবক পুরুষ বিহনে -

কালচক্র যাবে থেমে ।

জবা দে 💕








-


27 JUN 2020 AT 14:54

Adhir Mahato ( Rahul Starrs )

-



বিশেষ সেইজন নহয়,
যাক আপুনি মনে-প্ৰাণে বিচাৰে, মৰম কৰে, কেয়াৰ কৰে
অথচ তেওঁৰ দৃষ্টিত আপুনি একেবাৰেই মূল্যহীন।
বিশেষটো সেইজন হে,
যি আপোনাক ভাল পায়, কেয়াৰ কৰে,
প্ৰতিপল আপোনাৰ কাষত সাহস হৈ থিয় দিয়ে....নীৰৱে।।❤️👍

-


29 DEC 2019 AT 23:16

বিশেষ সেইজন....

তুমি ভিতৰৰ পৰা যিমানেই শক্তিশালী নোহোৱা কিয়;এনেকুৱা এজন ব্যক্তি নিশ্চয় থাকে যিজনে তোমাৰ সমস্ত শক্তিক দুৰ্বলতালৈ সলনি কৰি দিয়ে...💚

-


25 FEB 2018 AT 18:56

ফুল দিয়ে গাঁথি মালা
গাঁথি স্বপ্নের দেশ
গলায় পড়াবো যার
সে বিশেষ।
-Guria

-