এজনী মাতৃযে নিজৰ সন্তানক কোলাত এইবাবে লয় যে তেও পৃথিৱীখন যিদৰে দেখিছে সন্তানেও তেনেদৰেই দেখক ।
কিন্তু এজন পিতৃয়ে সন্তানক এইবাবে কান্ধত লয় যে , তেও নিজে নেদেখা পৃথিৱীখন যাতে তেওৰ সন্তানে তেওৰ কান্ধৰ উচ্চতাত উঠি দেখে ।-
এবাৰ সৰু সৰু শিল
আকৌ এবাৰ ইটা
ক্ৰমান্বয়ে ওজন বাঢ়িছে
পাহাৰ বনাব খুজিছো
তোমাৰ বুকুত
তুমি ভাগৰি পৰিছা
মই জানো...
মোৰ ভুল...
মই জানো
ভাল সন্তানে এনে নকৰে
দেউতা ক্ষমা কৰিবা
ভাল সন্তান হব নোৱাৰিছো
নাজানো কিয় এনেকৈ ভাবি ভাবি ভাগি পৰিছো
হয়তো ডাঙৰ হৈছো মই..দেউতা ।-
তেওঁক দেখোঁ.. মহানগৰীৰ ব্যস্ত গলিটোৰে তেওঁ পাৰ হৈ যায়... মই লক্ষ্য কৰোঁ.. তেওঁৰ হাই পাঁৱাৰৰ চছমাৰ মাজেৰে মোলৈ কেৰাহিকৈ চাই যায়..মইও তেওঁৰ বাবেই ৰৈ থাকোঁ আবেলিটো..তেওঁক মোৰ আপোনজনতকৈও আপোনজন যেন অনুভৱ হয়.. এদিন তেওঁ অহা নাছিল..মোৰ মনটোও উৰুঙা লাগিছিল সেইদিনা.. পিছদিনা কোনোবাই কৈছিল, "চছমা পিন্ধা পগলাটো ঢুকাল..১৬ বছৰ আগতে জীয়েকৰ এটা এক্সিডেন্টত মৃত্যু হৈছিল..তাই দেখিবলৈ অলপ তোমাৰ দৰেই আছিল !!! তেতিয়াৰ পৰা বুঢ়াটো পগলা হ'ল!!"
তেতিয়াৰ পৰা মোৰ হিয়াখনে আজিও কান্দে অবুজ বেদনাত!!!-
___মা-দেউতা___
মুখৰ পৰা এটা শব্দ নোকোৱাকৈ
মনৰ সকলো কথা বুজি পায়
যিয়ে আমাৰ সুখৰ বাবে
নিজৰ দুখ ঢাকি মুখত হাঁহিৰ মুখা পিন্ধে
জীৱনৰ প্ৰতিটো খোজত যিয়ে
আমাৰ লগত থাকে
যাৰ অবিহনে আমি অৰ্থহীন
জীৱনৰ প্ৰতিটো সফলতাৰ আঁৰত মা-দেউতা।
যাক চকুমুদি বিশ্বাস কৰিব পাৰি
যিয়ে আমাক নিস্বাৰ্থ মৰম দিয়ে।
শব্দহীন আজি মই
মা-দেউতাৰ মৰম ভাষাৰে বুজোৱা বৰ কঠিন।।
-
How far is not too far,
How long is not too long to long for ....!
In the abundance of stars;
I longed for my own light.-
For we Assamese-
Dad is fashion
"দেউতা" is emotion.
"Happy Father's Day to Every Father's"-
বিচাৰিম মই এক অন্তহিন সময়
তোমাৰ হৃদয়ৰ জুপুৰিতো তালাসি চলাবলৈ
একুৰি দুবছৰ,
একোকে নুবুজিলো
বুজিলো,
দেখিলো এখন বিশাল
দূৰন্ত সাহসী হৃদয়
জাক গৰ দিছে কেৱল শিক্ষাই
যিয়ে ভাল পাই কেৱল শিক্ষা বিলাই
হয়তো আছুৰি আছে বহু
অপূৰ্ণ সপোনে,
বহু বিশ্বাসঘাতকতাই
তথাপিও হাঁহিৰ গচা
শিক্ষাৰ চাকি অসীমলে
যোৱা বিলাই !!-
দেউতা
হয়!
মই তোমাতেই মুগ্ধ।
তোমাৰ দুচকুতেই স্তদ্ধ।।
কাৰণ.......
তোমাৰ সেই চকুদুটি হৈছে,
মোৰ সপোনবোৰৰ একমাত্ৰ সাহস আৰু প্ৰেৰণা।।
মোৰ সাহস আৰু প্ৰেৰণাৰ
একমাত্ৰ উৎস হৈছা তুমি!
মানে মোৰ দেউতা।।
সেইবাবেই হয়তো মই;
তোমাৰ দুচকুতেই স্তদ্ধ হৈ ৰৈ যাওঁ,অ' দেউতা।।
মই যে তোমাক কিমান.....
অভিমান নকৰোঁ? ন দেউতা!
আৰু.... মোৰ যে সেই অভিমানবোৰ
অকল তুমিহে ভাঙিব পাৰা।
তুমি মোৰ বাবে সকলো!
তুমি মোৰ জীৱন,অ"দেউতা।।
-
"দেউতা"
মই তোমাৰ সূখ হব নোৱাৰিলো
তুমি বিচৰা তোমাৰ সেউজ হবও নোৱৰিলো
তোমাৰ পদুলি মূৰৰ বকুল জুপি ও নহলো
তুমি মোক লৈ চুৱা সপোন হবও নোৱাৰিলো
হলো মাথো তোমাৰ বিবিহিকাৰ এক কৰূন এন্ধাৰ
যি এন্ধাৰে মোক খেদি ফুৰে প্ৰতিপল
তুমি শুনোৱা শৈশৱৰ সেই শাধু
জাহাৰ চন্দ্ৰবালি তাহাৰ কঠিয়া
আজি শেই সাধু মোৰ বাস্তব
আংুলি মূৰত গনি-গনি পাৰ কৰিছো
জীৱনৰ প্ৰতিটো প'ল!!
তুমি কোৱা শব্দ মোৰ বাবে
আজি,
শুকান সন্ধিয়াৰ মন জুৰ পেলোৱা এটি গিত
এতিয়া,
তোমাৰ সেই সাধু বাস্তৱ
যেন এক গৰম বালিৰ চাদৰ হৈ
চুমা খাই মোৰ খোজৰ
তেজাল ভৰিৰ পতাত
সেইটোৱেই আজি কঠিন প্ৰশ্ন ?
কিয়?
তুমি কোৱা কথা বোৰে আজি শেস আৰু সম্পূৰ্ণ !!-