Hiyashruti Baishya   (ডলী মণি)
304 Followers · 26 Following

কবি নহয় মই, শব্দৰ প্রেমিকা মই
হৃদয়ৰ ভাষাৰে শব্দৰ মালাগুথো✍❤
Joined 6 March 2020


কবি নহয় মই, শব্দৰ প্রেমিকা মই
হৃদয়ৰ ভাষাৰে শব্দৰ মালাগুথো✍❤
Joined 6 March 2020
27 JUL 2021 AT 18:24

উপচি আহিলেও
হেঁচুকি ৰাখিছো বিষাদবোৰ

শূন্যতাবোৰ তোমাৰেই শব্দ!

শেষৰ সীমনা যদি মৌনতাতেই
তথাপিও কিয় শেষ নহয় এই ভালপোৱা??

-


27 APR 2021 AT 9:21

মুখত মিঠা মাত
হৃদয়ত কটুটাৰ ভঁৰাল,
আজিকালিৰ মানুহে সম্পর্কতো ৰাখে ব্যৱসায়িক মনোবৃত্তিৰ ভাৱ।।

-


25 APR 2021 AT 19:27

প্রতিটো দিনৰ শেষত
তোমাক হেৰুৱাৰ ভয়ে আৱৰি ধৰে!

সময় থমকি ৰওক যেন ইয়াতেই
ভালপোৱাৰ সুবাসিত ৰঙা বাটটো জিলিকি ৰওক এনেদৰেই...

হেৰুৱাৰ বিকট ছবিটি আঁতৰাই
ওৰেটো জীৱনলৈ ৰৈ যোৱা মোৰ হৃদয় কাননত।।

-


20 APR 2021 AT 15:39

तेरे बाहों में मुझे आज यूँ ही रह जाने दे
तेरे सासों में मुझे मिल जाने दे,
तेरे प्यार के खुशबू में यूँ ही मिल जाने दे
ना हो कभी जुदा
कुछ इस तरह मुझे तू अपने में स़मा ले।।

-


20 APR 2021 AT 15:20

दिल चाहे रोक लू यह लम्हा यही
हाथों में हाथ तेरा,
होठों पे हसी सुकून की

और ये आखें जो चमक रही है
बिन बोले ही बयां कर रही है प्यार का।।

-


20 APR 2021 AT 14:34

तो निभाएंगे हर हाल में
सुख हो या दुख तेरा हाथ ना छोड़ेंगे,
जिंदगी की हरकदम में तेरे साथ रहेंगे।।

-


19 APR 2021 AT 19:01

एक ही आत्मा में दो दिल का यात्रा है प्रेम...

-


17 APR 2021 AT 11:42

তোমাক চোৱাৰ এক তীব্র হেঁপাহ
আশাৰে ভৰা দুচকুৰ ভাষা,
ওঁঠত মিলন স্বপ্নৰ সুখে আকি দিয়া ৰঙা ফুলপাহ।।

-


16 APR 2021 AT 8:24

आजकल प्यार दिखाते नही
दिल में छुपाकर रख देते है!
प्यार कम नहीं हुआ है बस जताना छोड़ दिया है!
पर उसे लगता है हम बदल गए है!

-


16 APR 2021 AT 8:20

তোমাৰ দুচকুত চকু থৈ চাব বিচাৰো
আছে জানো গভীৰ অনুভৱৰ ঢৌটি
মোৰ দৰে তোমাৰ বুকুত!
তথাপিও যেন এক ভয়...!!
ভয়ৰ কবলত দুচকু আঁতৰাও
আৰু বেছি হেৰাই যাও যদি তোমাৰ প্ৰেমত!
তুমি জানো দিবাহি সঁহাৰি মোৰ অনুভৱত?

-


Fetching Hiyashruti Baishya Quotes