শব্দৰ এনাজৰীডালৰ মাজত
নিজকে জীয়াই ৰখাৰ চেষ্টাৰে
“অনুভৱৰ_দলিচাৰ_পৰা” অনুভৱৰ আদি লৈ
অন্ত নিবিচৰা মই জনীৰ তৰফৰ পৰা
সকলোলৈ “বিশ্ব কবিতা দিৱসৰ” শুভেচ্ছা জ্ঞাপন কৰিলো
🌻💚🌻-
Suniye…,
“Wada karti hu, Life me agey bar jaongi
Khush v rahungi aur sayad life partner v le lungi
Lekin Mann me thodi si jagah hamesha khali rakhungi, jaha sirf rahega Aapki yaadein
Aur un me kisika haq nahi hoga,
Aapka v nahi…”-
উশাহৰ ধোঁৱাত উৰি যাব সময়ৰ চক্ৰবেহু;
সুখী হোৱাৰ অজুহাতত ৰৈ যাব দুখী নোহোৱাৰ আক্ষেপ ।
জীৱন নো কি ?
যাত্ৰা !!
আমিবোৰ নো কোন ?
যন্ত্ৰ !!
উহো নহয়,
জীৱন মায়া হৃদয়ৰ পৰা মগজুলৈ শিপাই থকা এক আৱেগ আৰু আমিবোৰ সেই আৱেগক অনুভৱ কৰাৰ উৎস ॥-
सुकून मिलती है दो लफ्ज़ कागज पर उतार कर
चीख भी लेती हूँ और आवाज भी नहीं होती ॥-
Log kehte h kyun karte ho ektarfa mohabbat, kya milta h karke?
Mei kehti hu,
“Ektarfa ho yaa dotarfa mohabbat toh akhir mohabbat hi hoti h naa.. kuch paane ki aash m agar mohabbat ho toh woh mohabbat nhi kuch pane ki lalash hoti h..!
Aur mei lalshi nhi,
mohabbat ki ek khubsurat pegam banna chahti hu…-
I don't understand the concept of Best Dress/ Best Make Up / Best Good looking Girl today in Saraswati Puja here in Assam.
Who are those students who participate such competition and what about those who can't bear to buy a good clothes to wear.
Puja is all about taking blessings from Maa Saraswati for our education, good health, I’m sure blessing is not about being good looking on this day.
Happy Saraswati Puja in Advance 🙏-
মাঘৰ মেজিৰ উত্তাপে ধুই নিয়ক আমাৰ সকলো অসূয়া-অশান্তি, হেৰোৱাৰ বেদনা;
মাঘৰ মেজিৰ জুইয়ে পুৰি ছাই কৰক
ভাষা, ধৰ্ম আৰু জাতিৰ নামত চলা অসমৰ যুগমীয়া সমন্বয় ধ্বংসৰ সকলো ষড়যন্ত্ৰ;
এই মেজিৰ জুইৰ উত্তাপত সৃস্টি হওঁক
আমাৰ জাতি-জনগোষ্ঠী তথা ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ
মাজত থকা বন্ধন আৰু সামাজিক নিৰাপত্তা সুদৃঢ় কৰাৰ নতুন শক্তি ৷
ভোগালীৰ ভোগ আনন্দৰ লগতে আমাৰ প্ৰতি ঘৰে ঘৰে সুখ শান্তি আৰু সমৃদ্ধি ভৰি পৰক ৷৷
ভোগালী বিহুৰ লগতে ’মাঘৰ দোমাহি’ৰ আন্তৰিক শুভেচ্ছা যাচিলো..-
এটি সপোন,
"ৰিব্ ৰিব্ বৰষুণ, আপোনাৰ Bike ৰ পিছৰ চিটত মই আৰু এটি অচিন বাট হৈ পৰিব Ride ৰ নামত আমাৰ দুয়োৰেই আপোন!
উফ কি Romantic এই খুলা নয়নেৰে দেখা মোৰ আধৰুৱা সপোন ॥"-
বৰষা ঋতু ভাল পাওঁ মই,
প্ৰতিশ্ৰুতি আছে তাত।
সেউজী ৰহণ মাথোঁ তেওঁৱে সানে,
শুকান গছৰ গাত.....॥
🍃💚🍃-
ৰিৱ-ৰিৱ ফাগুনী মলয়াই
লৈ আহিছে ফল্গু উৎসৱ,
শুকান পৃথিৱীত ছটিয়াব
নানা ৰঙীন ফাকু..
মানুহৰ মাজত বিলাব
ৰঙৰ সমাহাৰ,
গাঁঠিব সমন্বয়ৰ সেতু...-