Nikita Gogoi   (©Nikita)
234 Followers · 46 Following

Joined 9 June 2018


Joined 9 June 2018
15 JUN 2022 AT 20:18

আকাশে পাতে ডাঁৱৰৰ স'তে গোপন কথা..
কাণ পাতি শুনো মই , কিজানিবা মোকো কয়...
আকাশে নীলা চাদৰ পিন্ধি
বতাহক পঠাই
দিয়েহি বতাহে মোক প্ৰেমৰ বতৰা..
টোপাল টোপাল বৰষুণে মোক আজি চুই যায়
দুচকু মুদি মই পাওঁ তোমাৰ ঠিকনা...

-


25 JAN 2019 AT 19:16

Dil ko toh mona liya tha kisi tarah...
Ob kya firse tutne dungi ?
Ji nahi...
Ye dil hai meri..
Kui khilona nahi..
Uski keemot jo sitaro se bhi barhkar thi
Wo abhi humare liye zero se bhi niche aa gai
Dil hi toh hai..
Kitni baar tumpe lagaungi..
Dil hi toh hai...
kitni baar aise tudwaungi..

-


22 JAN 2019 AT 7:53

হালধীয়া সপোনবোৰ....
""""""""""""""""""""
মোৰ যে হৃদয়ত সপোনবোৰে
ঠন ধৰি উঠিছে..
তোমাৰ স'তে কোনোবা এটা সন্ধিয়া
হাতে হাত ধৰি
খোজকাঢ়িবলৈ বিচাৰিছে মনটোৱে..
নতুবা কোনোবা এটা জোনাক নিশা..
তোমাৰ কোলাত মূৰ থৈ
আওঁৰাব বিচাৰিছে মোৰ
হালধীয়া সপোনবোৰ...
সপোনৰ জানো শেষ আছে..?
ইয়োতো এটা জীয়া সপোন..
সপোন জানো বাস্তৱ হয়..?
হয়তু নহয়.. হয়তু হয়..
মোৰ সপোনবোৰো যেন একোটা
জীয়া বাস্তৱ হয়..
তোমাৰ সপোনবোৰৰ স'তে মোৰ
সপোনবোৰে যেন এক হৈ বাস্তৱ হয়..
তুমি, মই.. আমি হৈ..
আমাৰ হালধীয়া সপোনবোৰো যেন
সূৰ্যোদয়ৰ হেঙুলীয়া বৰণ হয়..

-


10 JAN 2019 AT 19:53

তেওঁ সুধিলে, "কি হৈছে তোমাৰ? "
মই ক'লো, "নাজানো কি হৈছে.. মাথো বুকুখন বিষায় আৰু দুচকুৰে চকুপানী ওলায়.. "

-


8 JAN 2019 AT 16:56

Kisi ko bhul jaana
Itna aasan bhi nahi hain..
Magar..
Jab kisi ko bhul jaye toh
Uska yaad aana bhi
Samvab nahi hain..

-


29 DEC 2018 AT 22:11

Oye
Suno na
Mujhe tumse bohot pyar hain..
Aao na meri zindagy main...

-


29 DEC 2018 AT 7:11

ভালপোৱাজন যেতিয়া আমাৰ পৰা বিচ্ছিন্ন হৈ যায়..
বুকুত তেওঁৰ প্ৰতি থকা ভালপোৱাবোৰে উগ্ৰভাৱে খুন্দা মাৰে..
আৰু তেতিয়াই দুচকুত বাৰিষাৰ বান নামে..

-


28 DEC 2018 AT 19:31

Haan..
Ye sach hain.
Main usse prem karti hoon..
Wo mujhe chahta nahi..
Magar main usse bohot chahti hoon..
Thik hain..
Agar usse meri kui parwa nahi..
Fir bhi main unse pyar karti hoon.

-


28 DEC 2018 AT 19:11

তোমাক লগপোৱাৰ পৰাই ফুলিবলৈ লৈছিল..
মোৰ যৌৱনৰ সোণাৰুজোপা..
হালধীয়া হৈ পৰিছিল মোৰ হৃদয়খন..
কিন্তু..
তুমিহীনতাই মোক এতিয়া বৰ নিষ্ঠুৰভাৱে কন্দুৱাই..
মুক্তি বিচাৰো এই প্ৰেমাজালৰ পৰা..
কিন্তু.. মুক্তি মানেই যে মৃত্যু..
আৰু..
মই জীয়াই থাকিব খুজো..

-


17 DEC 2018 AT 16:19

Haa agar uska/uski har post ki comments dhyan se padhte ho toh... Haaa
Barbaad ho soke ho tum

-


Fetching Nikita Gogoi Quotes