থিয় হৈছো এই বিন্দুসহানতা
আগত বিৰাট শূন্য মাজত অন্ধকাৰৰ কিৰিলী
আশা বোৰ ক্রমান্বয়ে হালধীয়া হৈ আহিছে
ৰক্তবৰ্ণী আগ্নিশিখাৰ ৰুদ্ৰ তাণ্ডৱ ,
যুদ্ধক্ষেত্ৰত বিধ্বস্ত সপোনৰ মুণ্ডহীন মৃতদেহ
পোহৰ তেনেই ক্ষণসহায়ী
সপোনৰ যাত্রাপথতেই মৃত্যু;
ডাৱৰৰ আঁৰত মোৰ হেপাহৰ নীলসজ্জা..
কিযে ছলনাময়ী আকৰ্ষণ অন্ধকাৰবোৰৰৰ
আকাশ ওন্দোলায় অনা মেঘজাক
আৰু গোমোঠা হদয়খনৰ বিষাদ,..
এজাক বতাহৰ লগত লৈ অহা ধুলিয়ে...
মোক স্পৰ্শ কৰি কৈ গ'ল
ভৰ্য়াত মুহূৰ্তবোৰৰ কাহিনী
কাগজ হৈ পৰি ৰয় জীৱনৰ কেনভাচ
অতীত হোৱা হেপাহবোৰৰ ফুচফুচনি
জয় পৰা বকুলজুপিৰ সতে এক বৃহত , মৰুভূমি...
এতিয়া কেৱল অনুভৱবোৰে মৃত্যুহে বিচাৰে
আৰু আত্মাইয়ো ছটফটাই ওঠে...
উভতিম কোনো দিন যোৱা বাটেৰেই
সপোনে যদি আদৰে...
এতিয়া মই কবৰ খান্দি ৰৈ আছো
মৃত্যুৰ আপেক্ষাৰে....-
আপুনি বহু দূৰৈত ?
আপোনাৰ উভতাত পলম হ'ব ?
আপুনি এৰি যোৱা তিনিআলিটোত ৰৈ
নিতৌ আপুনি উভতি অহাৰ অপেক্ষাত আছোঁ,
একেদৰেই,
আপোনাৰ পছন্দ হোৱা ধৰনে ।।-
সেই অপেক্ষাও নাই আশাও নাই
আকৌ তোক পুৰণা বাটতত লগত
পোৱাৰ হেপাঁহো নাই জানো বিধাতাটো
নাই তথাপিও তোক সাহসেৰে সোধো
কেনে আছ ভাল নে বুলি?-
সে আমার সাথে কথা বলেনা,
কিন্তু আমি কষ্ট পাই না একটুও।
ও আমার স্বপ্নে আসে ,
আর আমি ওর অপেক্ষায় থাকি।।-
তোমাকে দেখেছি কবে, সেই কবে
কোন বৃহস্পতিবার,
আর এক কোটি বছর হয় তোমাকে দেখিনা!-
মোৰ মৃত্যুৰ পিছত যদি কেতিয়াবা মোলৈ মনত পৰে তেতিয়া এবাৰ হাঁহি দিবা আৰু যদি মোলৈ মনত পেলোৱাৰ বাবে চকুপানী ওলাই তেতিয়া হ'লে মোক মনতৈই নেপেলাবা ।
-
কিছু জিজ্ঞাসা ঠিক এমনই হয়,
উল্টে দিলেও থেকে যায় সংশয়।
জীবন সারা কোনো না কোনো জিজ্ঞাসা সবারই রয়,
কখনো উত্তর পেতে পুরো জীবন অপেক্ষা করতে হয়।
-
চলে যাওয়ার মানুষের ভীরে ঐ মানুষটাকেই দরকার যে মানুষটা থেকে যেতে চাইবে... একান্ত
নিজের হয়ে। 🍂🍂🍂🌿🌿🌿
-