উজাগৰী নিশা কাৰ অপেক্ষাত জীৱন জীয়াই তুলিলো আৰু কাৰ বাবে এতিয়া মৃত্যুৰ সময়লৈকে সংগী হৈছো।
-
I'd meher1766
যি জনৰ হাতৰ ঠাৰিত ধৰি জীৱনটো আগুৱাই নিয়া হ'ল তেওঁৰ কাৰণেটো একোৱেই কৰা নহ'ল।
যি জনে আকাশৰ ৰং উপভোগ কৰিব শিকালে
তেওঁকোটো আকাশৰ বিশালতাৰ উপহাৰ দিয়া নহ'ল।
হয় থিক বুজিছে আপুনি মই আপোনাৰ জীৱন পুঞ্জীৰ নামত এটা ব্যৰ্থ প্রতীক নামবিহীন সত্তা ।-
তোমাৰ মোৰ বিচ্ছেদ সময়ে বিচাৰিলে।
বিচ্ছেদ বিধাততাত আছিল ,আমি আমি কোনো দিনেই বিচ্ছেদ বিচৰা নাছিলোঁ।
তুমি জানা? সেই যে তোমাক প্রথম দিনা লগ পাওঁতে মই লগ পোৱাৰ আগ দিনা ৰাতিয়ে তোমাক বাৰে বাৰে আব্দাৰ কৰি কৈছিলো তুমি মোৰ প্ৰিয় নীলবৰণৰ চাৰ্তটো পিন্ধি আহিবা আৰু তুমি মোক প্রথম লগ পাবা বুলি সেইটোৱে পিন্ধি আহিছিলা ।
সেইদিনাই তোমাৰ নীলবৰণৰ চাৰ্তটোৰ এচুকত
মোৰ হৃদয়ৰ সৰু টুকুৰা এটা থাকি আহিছিল ।
যি আজি বিচ্ছেদৰ যন্ত্ৰণাৰ পাছতো মই ঘূৰাই আনি হৃদয়খন পূৰ্ণ কৰিব বিচৰা নাই।-
তুমি তুমি লগা সপোনবোৰে
মোৰ হৃদয়ৰ কেনভাচৰ তোমাৰ
প্ৰেমৰ ৰঙা ৰংঙে আজিও
চিৎকৰা কৰে তোমাৰ
ভাল পোৱাৰ আবিৰ
বিচাৰি।-
अब जारा थहर के तो चल
हमें पास से देखने को मौका तो दे
इये वक़्त फिर मिले ना मिले
साथ सांस लेने को थोडा सा
मौका तो दे।-
সেই যে টুকুৰা টুকুৰে মোৰ কলিজাখন খহে খামুচি ধৰিবলৈ তোমাৰ মৰমৰ জৰী ডালৰ প্ৰয়োজন হয়।
এই যে হঠাৎ কেতিয়াবা জীৱনলৈ হাতাশা নামে তেতিয়া তুমি তুমি যেন লগা অনুপ্ৰেৰণাৰ প্ৰয়োজন হয়।
এই যে কেতিয়াবা মই !
মই সলনি আমি হৈ পৰো
তাত তোমাৰ বিশ্বাস আৰু ভালপোৱা
জড়িত হয়।-
যেতিয়া তুমি নিজৰ খিনি আনৰ সৈতে বিলাই দিবা আৰু আনৰ খিনিক আয়ত্ত কৰিব শিকিবা।
-
अनजान हूँ मैं
अब वजूद को बचाने की
कोशिसो से भी थका हारा
हूँ मैं ,
नजाने अब अपनी वजूद
को किस राह ले जा रहा हूँ मैं।-
Woh Is Baat se Pahle Se Hi Waqif the ham
Isiliye to Wapas Na jaane ke Teri Har Sawal Ka Jawab bhi banaa sukhe the ham-