অভিমানী চহৰত,
---কেতিয়াবা শব্দই চিঞৰে---!
নষ্ট কবিতা হোৱাৰ বেদনাত।।-
নৈ খনৰ গৰাহত
সি সিদিনা অকলে থিয় হৈ আছিল
মূৰৰ ওপৰে উৰি গৈছিল_
বিষাদ মিহলি ধূলিৰ বতাহ
উশাহে নিচিনা আন শৰীৰৰ গোন্ধ_
চৈ বান্ধি বান্ধি নাৱৰীয়াই গাইছিল :-
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"
"তোৰ বুকুতে বিধাতাৰ বুকু দুৰু দুৰু"
"এই পানীকে মই সাৱতি মৰো মৰো"
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"-
আমি প্ৰতেকেই পৰস্পৰক অবিশ্বাস কৰা উচিত৷
সেইটোৱেই হ’ল বিশ্বাসঘাতকতাৰ
বিৰুদ্ধে আমাৰ একমাত্ৰ
ৰক্ষা কৱচ।
-টেনিছ উইলিয়ামছ-
মোক Judge কৰা আগতে
দহবাৰ ভাবি চাবা,
কাৰন মই যি দেখাব খুজিছো
তাকহে তুমি দেখিছা ৷-
Assam (Northeast)India 🙏
Have you heard about this state and region? I know definitely you are, still lemme tell about Assam,
its a golden place and one of the most
picturesque state in Northeast India.
The landscape and the panorama is mesmerizing with hills,lake,rivers,forests and distant mountains. Here, there are old monuments and temples, full of sacred.
Assam has wildlife sanctuaries, the National Parks. It is famous for one-horned Rhino. It is often referred as the land of "Blue hills and Red river".
And abundances of wildlife imcluding birds and animals found here.
In Assam people celebrate all kinds of festival with great pomp & show. It is also famous for
Tea plantation and oil drilling, silk,etc.
Assam is full of cultural heritage
and history. 🙏🙂-
আনৰ দুখ সিহঁতে বুজিব
শিকে যিয়ে নিজৰ দুখৰ
চকুলো লুকাই হাহিঁব খুজে৷৷-