Barsha Priya  
1.8k Followers · 1.2k Following

read more
Joined 5 February 2020


read more
Joined 5 February 2020
10 JAN 2022 AT 22:24

আকৌ এবাৰ শীতে মেলা পাতিছে
ডাৱৰৰ মাজেদি মাজ ভাঙি
শীতল কুঁৱলী ভেদি আহিছে তেওঁ......
হৃদয়ৰ দুৱাৰদলিৰ গোলাপ পাহি যেন
পুনৰ জী উঠিছে
জাগি উঠিছে হাজাৰ হাজাৰ হাবিয়াস
স্তব্ধ হৈ পৰা জীৱনটো আকৌ
চঞ্চলাময় হৈ পৰিছে
দুচকুত ভাঁহি আহিছে সোণালী
শৈশৱৰ স্মৃতি .........

ব্যস্ত হৈ পৰিছে আইৰ জুহালৰ আখল
ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা গাভৰু সকল...
ব্যস্ত হৈ আটকধুনীয়া ভেলাঘৰ মেজি বনুৱাত
ব্যস্ত হৈ পৰিছে পাচি পাচি পিঠাগুড়ি
খুন্দিবলৈ নিয়া ঢেঁকী ..........


মাথোঁ তোমাক স্বাগতম জনোৱাৰ উদ্দেশ্যৰে

স্বাগতম তোমাক
স্বাগতম তোমাক ভোগৰ উৎসৱ
স্বাগতম তোমাক
" ভোগালী "

-


14 AUG 2021 AT 20:25

সকলোৰে লগত সমপৰিমাণে
সকলো ক্ষেত্ৰত মিলিব নোৱাৰোঁ,
কিছু ক্ষেত্ৰত ব্যতিক্ৰম,
সেয়ে হয়তো বহুতৰ বাবে অপ্ৰিয়.❣️😊

-


19 JUL 2021 AT 0:20

আকাশত তৰাফুল ফুলা দেখি তোমালৈ বৰকৈ মনত পৰিছে
জোনাকী লহৰত গা তিয়াঁই ভালপোৱা তোমাৰ যৌৱনে কিমানটি বসন্ত অতিক্ৰম কৰিলে
মই সঁচাকৈ পাহৰিছোঁ !
মনত পেলাবলৈ আৰু সশৰীৰে লগ কৰিবলৈ তুমি কেতিয়ালৈ আহিবা ?
ৰাতিৰ বতাহজাক লগত লৈ যেতিয়া উশাহত সেৱন কৰো ধূলিকনা
তুমি সৌ দূৰ-দূৰণিৰপৰা চাই ৰং পোৱা হ'বলা ৷
অকলে চোতালত বহি মৌন সময়ৰ কোলাত যেতিয়া শুনো কাণপাতি
তুমি যেন গীত জুৰিছা নিলগত হৈ জুৰিটি
তুমি যেন সুৰীয়া নিশাচৰ চিনাকি পক্ষী
মই হ'ব বিচাৰোঁ তোমাৰ সুৰক কবিতা কৰা এগৰাকী কবি ৷

তোমাৰ উমান শেৱালিজোপাৰ সুবাসে দিয়ে
সজল নিয়ৰৰ কণাই পাতত উমলিছে

-


15 FEB 2021 AT 9:18

______ turbulent desire my _______

In this world, people open marble shops
Whether or not there is emotion in the grocery store - more
Where is the tomb of hope?

Humans are on the way to becoming machines and animals
This is a difficult time
Yet inhumans are on earth

-


15 FEB 2021 AT 9:17

मुझे माफ कर दो
समय ही बताएगा
चलिए चलते हैं
सफेद से काला
बस इतना ही
दिल के बीच में

-


15 FEB 2021 AT 9:15

My heart is pounding
Time will tell
Let's go
White to black
That's all
7 in the middle of the heart

-


15 FEB 2021 AT 9:14

______ अशांत इच्छा मेरी _______

इस दुनिया में, लोग संगमरमर की दुकानें खोलते हैं
क्या यह किराने की दुकान में भावनात्मक है - अधिक
आशा की कब्र कहाँ है?

इंसान मशीन और जानवर बनने की राह पर है
यह एक मुश्किल समय है
फिर भी अमानवीय धरती पर हैं

-


15 FEB 2021 AT 9:12

आप और मैं
माजुली द्वीप पर वही लोग
समन्वय आपका था
और मेरी उम्र
कम से कम दर्द का अंत
पलाशी डावर चली गई थी
अलग करना
मैं एक बिंदु पर अवाक था
मैंने अपना सेंस ऑफ ह्यूमर खो दिया

-


15 FEB 2021 AT 9:11

You and me
The same people on Majuli Island
The coordination was yours
And my age
At least the end of the pain
Palashi Dawar was gone
Divided
I was speechless at one point
I lost my sense of humor

-


15 FEB 2021 AT 9:07

You are Ahiba
If you don't
The beauty of college or where?
If you don't
My mind goes silent
In the pain of not seeing
In two eyes
Tears well up in my eyes
The day of hope goes on
The free flow of despair
Are you Ahibato?
Why not?
You don't understand
I have

-


Fetching Barsha Priya Quotes