-
ভাবিছিলোঁ মোক তোমাৰ বিশ্বাসৰ জোলোঙাত বান্ধি ৰাখিছিলা🙃
কিন্তু, যেতিয়া সময় আহিল মোৰ প্ৰতি থকা বিশ্বাসৰ প্ৰমান দিয়া তেতিয়াচোন মৌন হৈ থাকিলা... 🤫
হয়তো মোক বুজিব আৰু বাকি আছে তোমাৰ..
এবাৰ সাক্ষাত হৈ লোৱা মোৰ সৈতে... তাৰ পিছত পাতিবা প্ৰতিশ্ৰুতিৰ মেলা🤗
-
হেই মিষ্টাৰ !
আপুনিতো আজি বিচৰা ধৰণেই সুখী নহ ! আপোনাতেই বিলীন পাগলীজনীৰ কপাল ৰঙা কৰি ,অনামিকাত সাঁচ বহুৱাই তো বাৰুকৈয়ে সুখীৰ হোৱাৰ অভিনায়ক আজি আপুনি । কথা এটি জানানে ! আপোনাৰ যে হাজাৰ অৱহেলাৰ পাত্ৰী হৈ ও হেলাৰঙে সহ্য কৰিছিল....তাই জনীৰ বোলে আজি মৃত্যু হ'ল , আপোনাৰ চৰিত্ৰই হত্যা কৰিলে । সেন্দুৰ মুঠিয়ে বোলে মুখাগ্নি কৰিলে , আঙুঠিটোয়ে শেষ কৃত্য ও কৰিলে ।আকাশ বতাহে সকলোকে জনাই দিলে ।হয় দিয়ক ! কিমাননো আৰু সহজে সহ্য কৰিব ! তাই তো মানুহ হে , আপোনাৰ দৰে নামত হৃদয় এখনৰ বোজা বুকুত কঢ়িয়াই ফুৰা কচাইজন তো নহয় । তাই যে ছোৱালী , বুকুত বেদনা হ'ল বুলিয়ে মদৰ বটলটো ও ল'ব নোৱাৰে , লোকে দেখা কৈ কান্দিব ও নোৱাৰে । আন নহ'লেও মাজৰাতি মাকৰ বুকুত মূৰ গুজি নিশব্দে চকুপানী নিগৰোৱাৰ অভ্যাস কিন্তু বৰ সুন্দৰকৈয়ে কৰিব পাৰে এতিয়া । বাকী নো আৰু কি অভিযোগ কৰিব ? আপোনালোক এক হোৱাৰ সাক্ষী চন্দ্ৰ - সূৰ্য্য - বতাহৰ লগতে সেই নিশাৰ দূত মেঘদূতৰ ও এতিয়া তাইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সময় নোহোৱা হৈছিল ।উত্তৰেই বা দিব কি ! আপোনাৰ সত্য শুনাৰেই বা সামৰ্থ্যই ক'ত ? হ'ব দিয়ক মিষ্টাৰ নিৰ্ভেজাল বুলি প্ৰমাণ কৰিব খোজা ডাঙৰীয়া চাহাব । আপুনি আপোনাৰ চহৰত সুখৰ মদিৰাৰ নৈ বোৱাওঁক । তাইৰ মৃত্যুৰ অজুহাতত নহয় , নিজৰ পতনত ...👎🏻-
বিশে বিশে মিশে গেছে 'বিষ'-আস
একুশে ফিরে পাবো ত্রাণ
বেঁচে আছি শুধু নিয়ে এর বিশ্বাস।-
বিশ্বাস কুড়িয়ে পাওয়া যায় না , কিনতেও পাওয়া যায় না , বিশ্বাস অর্জন করতে শিখতে হয়।
আর যে তোমাকে অন্ধের মতো বিশ্বাস করে তাকে কোন দিন অন্ধ প্রমাণ কোরো না।
-