মই জানো...
আপুনি আহিব এদিন
মোৰ প্ৰেমৰ খিৰিকীৰে
মই বাট চাই ৰম .....-
মৰম বিচাৰি ফুৰা ছোৱালীজনী 🙆♀
A very Happy International friendship day to all my yourquote friends .🤝Thanks for your friendship ,your love and your affection..... You all are my best friends forever 😍
-
Have you ever seen rain without clouds ?
Have you ever seen stars in the sky without nightfall?
I know you have never seen it ..
Just like that it is not possible to live this life without sorrow......-
হিমে ধোৱা শীতৰ নিশাটিত
কুঁৱলীৰ আৰ লৈ
কুচি মুচি লুকাই থকা
তুমিটোক এবাৰ চাব বিচাৰো-
পূৰ্ণিমাৰ নিশা আকাশ খনলৈ চাইয়েই
গোটেই গধূলিটো উপভোগ কৰিলো
জোনৰ কাষত তৰাৰ লুকা-ভাকু নাছিল
কলীয়া ডাৱৰে চানি ধৰিছিল গোটেই নিশাটোৰ মধুৰতা খিনি.....
আৰু মই জনী তাতেই হেৰাই গৈছিলো
তেওঁ জনক কাষত বিচাৰি .......
-
Now it's midnight
Aah! I feel thirsty
Lusting for your kisses😘 and tight hugs
Hey.. Plz Let me hold you mildly by the hand
There's something wrong with my brain🤧
I missing you so badly 🥺
I can't wait to see you again
When will I see you again?
-
Do you know? 😌
A new poem is created with the same title "You are Mine "when I think about you❤
-
তাইৰ হাঁহিৰ শক্তি তোমাৰ মৰমৰ প্ৰতিদান ....
জুখিব খোজা যদি
জুখি চোৱা তোমাৰ ভালপোৱাৰ তুলাচনীৰে
তোমাৰ শব্দত তাইৰ অশান্ত মনে বিচাৰি পাই শান্তিৰ নিজৰা....
জুখিব খোজা যদি
জুখি চোৱা তোমাৰ ভালপোৱাৰ তুলাচনীৰে........💝-