QUOTES ON #WRITEYOURHEART

#writeyourheart quotes

Trending | Latest

ক'ত হেৰাল আজি
মোৰ প্ৰেম সাগৰত ডুবিব বিচৰা..
তোমাৰ স্বপ্নাতুৰ হৃদয়ৰ স্পন্দনটি.!!

-


13 SEP 2021 AT 16:18

ক'ত হেৰাল আজি...
ৰাঙলী বেলিত লাগি ৰোৱা...
চিনাকী, চিনাকী লগা তেজোদীপ্ত অনুভৱ...!

-


13 SEP 2021 AT 0:04

ক'ত হেৰাল আজি সেই ৰামধেনুৰ ৰংবোৰ
যি এদিন মোৰ জীৱনটো ৰঙীন কৰি তুলিছিল
এতিয়া যে মই জীৱন পথৰ বৰ্ণহীন যাত্রী

-


12 SEP 2021 AT 21:29

ক'ত নো হেৰাল আজি...?
সেউজ, সেউজ আৱৰণ সিঁচা
মনৰ চহৰখনৰ সেই,
শীষ্ণোত্ব গলিবোৰ...!

-


12 SEP 2021 AT 21:59

ক'ত হেৰাল আজি
প্ৰেমৰ ৰাগিত মাতাল কৰা
প্ৰণয়ৰ বাঁহীৰ মিঠা সুৰটি !!

-


12 SEP 2021 AT 20:54

ক’ত বিলীন আজি
সেই সপোন, সপোন যেন অনামী শিহৰণ ,
হৃৎ থাপনাৰ আবেগৰ অনুৰণন !!

-



ক'ত হেৰাল আজি বতাহৰ
লগত উৰি অহা আপোন,আপোন
লগা হালধীয়া সুগন্ধি!!

-



ক'ত হেৰাল আজি মোৰ অনুভৱৰ
অনুভূতিৰে বান্ধি ৰাখিব বিচৰা..
তোমাৰ অভিমানবোৰ..!!

-


13 SEP 2021 AT 11:28

ক'ত নো হেৰাল আজি...?
বৰষুণৰ লগত নামি অহা
আলসুৱা সেই
সেউজী সপোনবোৰ....!

-


14 OCT 2020 AT 19:03

माना की अभी शब्द
लड़खड़ाते हैं मेरे,
माना की सब बयां नहीं
कर पाते हैं मेरे शब्द,
पर एक दिन मेरी तरह
मेरे शब्द भी संभलेंगे,
होंगे असरदार और
राज करेंगे दिल पे।

-