আকৌ,,,,!?
-
এতিয়া প্রতীক্ষা মাথো সময়ৰ আৰু প্রত্যাশা ওকল নিজৰ ওপৰত।।"
... read more
বিষাদবোৰ নাইকীয়া হৈছে বুলি জীৱনে কান্দিছে। তাক চাই আকৌ বিষাদে হাঁহিছে।
❌🙂⁉️
-
আকৌ উভতিছো,,,!
এইবাৰ সৰা পাত হৈ।
,,,,তোমাৰ ডায়ৰীৰ পৃষ্ঠাৰ মাজত থৈছিলা
যদিও মই মৰহি যোৱা নাই, যদিও দেখাত
মই এটি সৰা পাত।।🥀🍂-
🦋ফাগুন🍂
,,,,আকৌ বগা ডায়ৰিৰ বুকুত
ক'লা চিয়াঁহীৰ দাগ।
পৃষ্ঠা লুতিয়ালে তোৰ স্মৃতি।
কিমান লিখিম!?
ক'ত শেষ কৰিম!?
নাই। নাই তাৰ উত্তৰ মোৰ তাত।
,,,অশ্ৰুৰে লিখা নহয়। এই ডায়ৰি।
বিশাল মনতো লৈ,উদাৰতাত বুৰ গৈ
ক'লা আকাশখন চাই লিখা এই ডায়ৰি।
তই ক'ত বুজিবি !?
তই চোন তাই।
,,,,আকৌ বগা ডায়ৰিৰ বুকুত
ক'লা চিয়াঁহীৰ দাগ।
পৃষ্ঠা লুতিয়ালে অকল তই ৰচা স্মৃতি। — % &-
পাম জানো🍂
তাইৰ চকুত চাই তৰা বোৰক কৰিছিলো
নেদেখা।
,, কোনে জানে সেইবোৰ যে আছিল
মৰিছিকাঁ।
,,, আজি আকৌ তৰা বোৰ বিচাৰিছে।
পাম জানো!!
,,, কিন্তু সকলো পিনে চোন ক'লাই
আগুৰি ধৰিছে।।
,,, পাম জানো!? — % &-
পাৰি জানো,,!? অকলে থাকিও
ভাল পাব। সিমানেই। যিমান তুমি তাক
পোৱা!?
— % &-