अम्बर ये कहता है कि __
"मैंने जो कविता लिखी है
उसकी कहानी सुनोगे ?
उस कविता के हृदय मे
असंख्य कहानियाँ छुपी हैं
जो व्याख्या से परे है......!"-
শব্দৰ প্ৰেয়সী নীলাভ প্ৰিয়া মই 💙✍️
শূন্য মাথোঁ শূন্যয়ে নহয়
ভিন্ন ৰঙৰ ভিন্ন বসনত আৱদ্ধ ,
তাৰ "শূন্যেয়" সত্তা !
ৰাতিৰ আন্ধাৰত
পুৱাৰ সূতাবোৰ গাঁথি গাঁথি ,
এটি আহ্নিক চোলাৰ "সীয়ন"
এক স্বপ্নময় শূন্যতাহে !
দিঠকে জানো উভতি চাব ?
হয়তো নাচাবও পাৰে
নতুবা চাবও পাৰে !-
पहेली मेरे शब्दों की
शायद तुम्हारें निगाहों से होकर
रुबरु हो जाए
जो मेरे पलकों में पानी बनकर
कही पे झम गया है
एक अनदेखा सा पहलू
और उसकी बेज़ुबान आगोश मे-
खिलखिलाती है अब जिन्दगी
गुनगुनाती है अब कलम
कागज के पन्नों में समेटे हुए
अब एक नयी कहानी ।-
ভাল পোৱাবোৰ
চৌপাশে বিয়পি থাকে
তাৰ মাজতে থাকে
জীৱন জীয়াৰ সম্বলো !
মাথোঁ মেল খায়ো
মুদি থকা চকুহাল
মেলি চাব লাগে
নিজৰ বুকুত হাতখন থৈ !
-
এন্ধাৰ সদায় ৰৈ নাথাকে
এন্ধাৰৰ পিছত পোহৰো আহে
এন্ধাৰৰ বাবেই তো
পোহৰৰ মূল্য অনুভূত হয়
এন্ধাৰৰ বুকুতেই
নিজক সাজু কৰিব পাৰি ,
পোহৰৰ সৈতে খোজ মিলাবলৈ
-
কঠিন সময় আৰু তাৰ পৰিমাপণ
অনস্বীকাৰ্য্যও নহয়
প্ৰতি টোপাল আৱেগৰ বাবে !
বৈ যাব খোজে সি
আত্মবিভোৰ হৈ
কিন্তু উভতি যে আহিবই লাগিব
পুনঃ সেই মেৰুলৈ !
আকৌ নভগাৰ প্ৰতিশ্ৰুতিৰে-
কিছুমান মচিব নোৱাৰা তিক্ততা
কেতিয়াবা কবিতা হৈ
ওলাই আহে
বুকুখনৰ শান্তিৰ বাবে
T^T
-