মৃত্যুৰ কামনাৰে...
নিদ্ৰাহীন এটি নিশা... /-
✨স্বল্পভাষী মই জনীৰ মৌনতাৰ
শব্দবোৰে
প্ৰতিপ... read more
অতীত বোৰ জুকিয়াই...
উৱাদিহ বিহীন...
কলঙ্কিত অলঙ্কাৰ পিন্ধি...
যন্ত্ৰণাত বিভোৰ...
অজ্ঞাতে বহুদূৰৈত ৰৈ...
মিথ্যাও সচাঁ হয়...
শেষ বিচাৰিয়ে পৰিকল্পনা...
হয়তো বৈছে আনন্দৰ বন্যা...!-
বেয়া বিচৰা নাছিলো চোন আপোনাৰ বাবে...
অথচ আপুনি মোকেই পথভ্রষ্ট কৰাত...
উঠি-পৰি লাগিলে... /-
প্ৰিয় অনুভৱ কৰাই...
আজি কিয় অপ্ৰিয় অনুভৱত...
দোষাৰোপ কৰি যোৱা...!
(নুবুজিলো...)-
তেওঁ ব্যস্ততাৰ অজুহাতৰে...
অৱহেলিত কৰিলে...
আৰু মই বুৰ্বকৰ দৰে...
অপেক্ষাত থাকিলো...
এই ভাৱি যে...
কিজানিবা সলনি হয় সময়...!-
মচি পেলাইছো...
মোৰ শব্দৰ মাজতে...
উকা পৃষ্ঠাৰ একাষে...
বছৰ ধৰি বৈ থকা...
চকুলোৰ ঢল...
আঁকি লৈছো...
বুকুৰ মাজত...
শিলৰে ৰেখা...
নাহাবি আগুৱাই...
নিজক হেৰুৱাই...
নিদিবি মিথ্যা...
লজ্জাৰ আঁৰত...
বহু দূৰৈত...
আঁৰ কাপোৰ আঁৰিলো...
নোচোৱাৰ সংকল্পৰে
প্ৰতিচ্ছবি তোৰ... /-
আত্মসন্তুষ্টিৰ অভাৱত...
এতিয়া পৃথক বাটেৰে খুজ ল'লো...
(আশা- আপুনি ব্যস্ততাত সুখ বুটলিব...
আৰু মই...
হয়তো দূৰত্বক দোষাৰোপ কৰিবলৈ...
প্ৰস্তুতি চলাম...!-
বহুদিনৰ পিছত তোমাৰ বাৰ্তা পালো...
ভালে থকাৰ ওমানত...
আজি সুখৰ চকুলো...
সফলতাৰ বাৰ্তা সুধি...
তুমি মোক লজ্জিত কৰিছা...
তোমাৰ প্ৰেৰণাতে কলম তুলি...
ৰঙীন কৰিছো এটি পৃষ্ঠা...
শিৰোনামত...
আজি তুমিয়ে মোৰ হাঁহিৰ টোপলা... //-