QUOTES ON #হাহি

#হাহি quotes

Trending | Latest
12 SEP 2020 AT 16:25

সিদিনা বন্ধু এজনে ফোন কৰিলে...
বন্ধু: কি কৰিচ ভাই...
মই: কিনো কৰিবি your quote চলাই আছোঁ৷
বন্ধু: your quote! খায় নে পিন্ধে?
মই: নেট বা ৱাইফাইত চলে.
😆😆😆

-


20 MAY 2020 AT 11:43

আমাৰ হৰকান্ত আৰু ট্ৰেফিক পুলিচৰ মাজৰ বাৰ্তালাপ

ট্ৰেফিক পুলিচ: (অলপ খং ৰে)মই হাত খন জোকাৰিলো কিন্তু তুমি গাড়ীখন নৰখালা যে কিয়?
হৰকান্ত: মই আকৌ আপুনি টা টা (Bye Bye) দিয়া বুলিহে ভাৱিছিলো।
😳😳

-


3 AUG 2017 AT 21:22

মই হাঁহি মূখীয়া মানুহ,
হাঁহি ভাল পাওঁ।
আগতেও হাঁহি থাকোঁ,
এতিয়াও হাঁহি থাকোঁ।
পাৰ্থক্য এটাই মাএ;
আগতে মাএ সুখী হলে হাঁহো আৰু
দুখী হলে কান্দোনত ভাঙি পৰো।
কিন্তু এতিয়া ডাঙৰ হলো নহয় মই,
আজিকালি সুখত হাহো আৰু
দুখৰ কান্দোনৰ মাজত হাঁহিব শিকিছো মই।

(Rough translation in caption)

-


26 MAY 2020 AT 22:38

বুজাবলৈ বহুত আছে
কিন্তু বুজিবলৈ হে কোনো নাই
সেয়ে সদায় হাঁহি থাকো...।

-


7 NOV 2020 AT 15:47

মইয়ো এখন লিষ্ট বনাম, মোক আপোন বুলি ভবাবোৰৰ লিষ্ট, আৰু সেই লিষ্টত তোমাৰ নামৰ আগত ‘D’ লিখিম।
😆😢😆

-