Bedangana Boruah   (Bedangana)
894 Followers · 232 Following

Buddha♡✿
Joined 22 January 2020


Buddha♡✿
Joined 22 January 2020
19 APR AT 22:25

তেওঁক প্ৰতিটো প্ৰাৰ্থনাত স্থান দিয়াটো ....
মোৰ অনুদিত অভ্যাস 

অথচ ! ........ 

 তেওঁ মোক সোধে

 প্ৰেম কিমান গভীৰ ? ....

-


16 FEB AT 1:47

The stream, where the water flows gently... 

I sit with my thoughts _to weave my love into words ... 

The trees sway, the birds sing , 
and the wind carries a quiet whisper
—as if the universe itself is speaking of love love & love

The sky blushes in hues so rare

Like my heart when you are near......

I turned to you with quiet sighs
Are words enough ? the depth of what you mean to me ? 

But you just smiled and looked my way.... 

& that _ smile is treasure of my question

-


30 DEC 2023 AT 0:18

In the world full of roses and lilies , Be my orchid ...

- Bedu

-


13 AUG 2023 AT 10:47

तेरे जैसा कोई मिला ही नहीं

कैसे मिलता कहीं पे था ही नहीं

तू जहां तक दिखाई देता है

उसके आगे मैं दिखता ही नहीं !

-


30 MAR 2023 AT 1:12

He : Wah! Shooting Star , let's make a wish !!!

Me : Mine has already come true !

-


29 OCT 2022 AT 21:03

যি কবিতাৰ তুমি উন্মেষ
যি কবিতা মাথো তোমাতেই শেষ !

-


1 SEP 2022 AT 1:39

একমাত্ৰ তেওঁৱেই বিশেষ কিয় ?
: হাজাৰ জন ৰ পাছত হোৱা পছন্দৰ বাবে ,


কিমান গভীৰ এই প্ৰেম ?
:যিমান গভীৰ হলে , "আমাৰ" বুলি উচ্চাৰিত হয় প্ৰাৰ্থনাৰ এটি সুৰ !




-


11 JUN 2022 AT 21:01

: বন্ধুত্ব ?
: উহু নহয় !

: প্ৰেম ?
: উহু নহয় !

: তেন্তে কি ? হয় !
: নিতৌ প্ৰাৰ্থনাত স্থান পোৱা হয় !

#বিশেষ

-


24 MAY 2022 AT 13:01

মোৰ চহৰত এতিয়া ৰঙৰ গুলজাৰ

কৃষ্ণচূড়া জোপা ৰ এটি ৰঙা মিচিকিয়া হাহিঁ

সেই হাহিঁৰ মাজতে সেই বাট তে আকৌ ফুলি ৰৈছে সোনাৰু !

কিমান আৱেগত বাৰু আজাৰে বেজাৰ সামৰে তুমি জানানে ?

শুনাচোন !

এই ৰঙৰ বাটেৰে ভালপোৱা এটি সুৰ হৈ তুমি আহিবানে ?

মোৰ চহৰলৈ ?

মোৰ মাজলৈ ?


-


9 APR 2022 AT 10:09

" বহাগ "

-


Fetching Bedangana Boruah Quotes