Samimul Saikia   (Sam Axom)
186 Followers · 148 Following

Facebook: Sam Axom
Instagram: sam_axom
গছৰ ছাঁত জিৰাইছে মোৰ ভাগৰি পৰা শান্তিবোৰ...
Joined 2 October 2018


Facebook: Sam Axom
Instagram: sam_axom
গছৰ ছাঁত জিৰাইছে মোৰ ভাগৰি পৰা শান্তিবোৰ...
Joined 2 October 2018
21 NOV AT 9:14

Let's treat the insomnia of our loathings, before ours.

-


6 NOV AT 22:18

your absence.

-


14 OCT AT 21:12

তোমাৰ অপীন্দ্ৰ চাৱনিত
শুই পৰিছিল
মোৰ অপাংগ দুখবোৰ ।
হয়তো সিহঁতে
মোতকৈ বহু পুৰ্বে দেখা পাইছিল
তোমাৰ প্ৰকৃত ৰূপ ।
সেয়ে হবলা
তোমাক সিহঁতে সন্মান কৰিছিল,
কিম্বা
তোমাক ভয় কৰিছিল।

-


9 OCT AT 20:11

গোলাপ ফুলৰ গছডালত যিমানেই কাঁইট নাথাকক কিয়, মানুহে সদায় গোলাপ ফুলৰ গছ বুলিয়েই কয় । কাঁইটৰ গছ বুলি কোনেৱো অভিহিত নকৰে । কিন্তু মানুহ এজনৰ ক্ষেত্ৰত যিমানেই ভাল গুণ নাথাকক কিয়, কিবাকৈ এটা বেয়া গুণ উলিয়াব পাৰিলেই মানুহজনক বদনাম কৰিবলৈ মানুহে উঠি পৰি লাগে…

-


3 OCT AT 18:46

Doubts left the room.

-


3 OCT AT 18:43

Whenever I try to write “Leave”,
it becomes “Love”.

-


1 OCT AT 22:32

the melancholic voice,
just talk to her…

-


1 OCT AT 22:24

হয়তো
এটি নতুন যাত্ৰাৰ আৰম্ভণিত।

-


25 SEP AT 21:40

In the chaos,
In the silence,
My heart
Always feels your fragrance.

-


21 SEP AT 21:43

“You are not alone,
Now, I have come
To conquer your Throne.”

-


Fetching Samimul Saikia Quotes