আদি অন্তৰ শেষ নাই পৃথিৱীত...
আছে মাথোঁ ৰহস্য...
যাৰ নাম শূণ্য...
কিন্তু মহত্ব অমূল্য...-
জয়ন্ত শৰ্মা
(Jay sharma)
511 Followers · 353 Following
নমস্কাৰ...🙏🏻
মোৰ নাম শ্ৰী জয়ন্ত শৰ্মা ৷ মোৰ ঘৰ উত্তৰ লক্ষীমপুৰ’ৰ ঢকুৱাখনা মহকুমাৰৰ সোনাৰী... read more
মোৰ নাম শ্ৰী জয়ন্ত শৰ্মা ৷ মোৰ ঘৰ উত্তৰ লক্ষীমপুৰ’ৰ ঢকুৱাখনা মহকুমাৰৰ সোনাৰী... read more
Joined 8 November 2019
11 SEP 2021 AT 21:20
11 SEP 2021 AT 21:01
জীৱনৰ মুলমন্ত্ৰ..
দুই নয়ন হাজাৰ সপোন..
এটি আশা ৰ সানিধ্যত
জন্ম বিস্বাসৰ..
একোটি বিশ্বাস আপোনাৰো...
আদি-অন্তত এটি উত্তৰ..
জীৱনৰ মুলমন্ত্ৰ ৩টা...
১). সত্যতা.
২). একটা..
৩). একাগ্ৰতা...!-
9 SEP 2021 AT 9:32
শদিয়াৰপৰা ধুবুৰীলৈ..
সোনাৰিৰ পৰা কন্যাকুমাৰীলৈ...
কত যে ঘুৰিলোঁ...
তথাপি সঠিক সংজ্ঞা নাপালোঁ..
শেষত আজি হে বুজিলো...-
6 SEP 2021 AT 10:05
“প্ৰেম আৰু
সংজ্ঞা“..(!)
হব পাৰে
দুটি মাথোঁ
“শব্দ“..;
কিন্তু অৰ্থ...(?)
...অনন্ত-
3 SEP 2021 AT 14:32
^°^=^°^
“শব্দ আৰু প্ৰকাশ“
... দুটি শব্দ
প্ৰকাশ এক...
...যেনে
...তুমি আৰু
মই...©-
23 AUG 2021 AT 23:44
আধৰুৱা
জীৱন...(!)
অবুজ
মন...
নিসংগ
প্ৰিয়...
আৰু...(?)
জীৱনত
ৰহস্যঘন
মায়াৰ
আৱেষ্টণী...(!)
...এটিয়া হৃদয়ত হাজাৰ প্ৰশ্নৰ জোৱাৰ....(!)-