Udaas hai koi Tere chup Jo jane se
Zara koshish toh Kar guftagoo karne ki
Kisi bhi bahane se
Hum na maane toh phir kehna
Akhir kyu chori chupke ashq baha rhe ho hamare duur jaane se-
17 MAY 2020 AT 20:32
12 JAN 2020 AT 13:19
◆ মুক্তি ◆
মুক্তি
লাগে তোমাক মোৰ পৰা .....!
আনহাতে
মই তোমাৰ স্মৃতিবোৰৰ পৰা মুক্তি বিচাৰোঁ ।
পাৰিবা জানোঁ ...?
কবলৈ যিদৰে সহজ কৰিবলৈ কিন্তু মুঠেই নহয় ।
#অনুতপ্ত হিয়া #পাগলৰ_সংলাপ @pagolmehdi
-
23 NOV 2019 AT 13:15
পৃথিৱীত জীয়াই থাকিবলৈ হলে কিছুমান মানুহৰ কৰুণা আৰু অৱহেলাৰ প্ৰয়োজন আছে । কিবা এটা কৰিবলৈ প্ৰেৰণা অথবা জেদ যিয়েই নহওক, সেইটো ইয়াৰ পৰাই আহে ।
#ShehNaz #OneSideLoVe #realLove-
6 SEP 2021 AT 10:22
किसी की पीड़ा समझने के लिए जरूरी नहीं--
खून का रिश्ता हो ----
किसी को समझने के लिए ---
उसके जगह खुद को रखना ही काफी है ।।
-