Meh Di   (Mehdi(pagol))
299 Followers · 8 Following

read more
Joined 7 October 2018


read more
Joined 7 October 2018
23 FEB 2020 AT 8:37

উঠে,
তেতিয়া মাথোঁ দায়িত্ব মোৰ নহয়,
সম্পৰ্কটো
জীয়াই ৰখাৰ দায়িত্ব তোমাৰ-মোৰ দুয়োৰে হৈ পৰে ।

-


18 FEB 2020 AT 16:46

তোমাৰ সৈতে জড়িত আছিল
কিন্তু
সেয়া এটা সময়তহে ।
তোমাৰ অহংকাৰে মোক নতুনকৈ
ভাৱিবলৈ শিকালে
নতুনকৈ গঢ়িবলৈ বুজালে,
সেয়ে মোৰ জীৱনৰ লক্ষ্য এতিয়া
ব্যক্তিত্ব উন্নতি কৰা,তোমাক দেখুৱাই দিয়া
মইয়ো তোমাতকৈ
কোনো গুণে কম নহওঁ।

-


12 FEB 2020 AT 6:25

স্মৃতিৰ
সেই বিষাক্ত ডায়েৰীৰ পৃষ্ঠাৰ মাজত,
তেতিয়া যেন
একমাত্ৰ তুমি মাথোঁন তুমিয়েই
মোৰ জীয়াই থকাৰ প্ৰেৰণা,বিশ্বাস আৰু আশা ।

-


10 FEB 2020 AT 22:25

আৰু
এনেকৈয়ে লাহে লাহে
যেন সম্পৰ্কৰ
মাজত ফাট মেলিবলৈ ধৰে
কোনোবাই যদি সাধাৰণ বাবে ভাৱে
আন কোনোবাই যেন ওলোটাকৈ বুজে ।

#বন্ধুত্বৰ_ভৱিষ্যত_ক'ত

-


9 FEB 2020 AT 22:06

কাৰোবাৰ পৰা
ইমান বেছি আশাও নকৰোঁ
সম্ভৱতঃ
আশা আৰু ভৰশাতে অন্তনিহীত হৈ থাকে
বিষাদ-বেদনাবোৰ,
তথাপিও
নাজানোঁ কিয় ?
তোমালৈ বুলি অকনমান ভাৱিবলৈ
ইচ্ছা গ'ল,বন্ধুত্ব মধুৰ হওঁক,দীৰ্ঘদিনীয়া হওঁক ।

-


7 FEB 2020 AT 23:03

সমাজেও
আমাক লৈ গৌৰৱ কৰে,
এটা সময়ত দুয়ো ডিপ্ৰেশ্বনত ভুগিছিলো,
কাৰণবোৰেই নতুনকৈ জীয়াই থকাৰ
প্ৰেৰণা দিলে ।


আজি
যেতিয়া
দুয়ো বন্ধু একত্ৰিত হওঁ
সুখৰ চকুলো নিগৰি পৰে,
আত্মসন্তুষ্টিবোৰ এনেকৈয়ে আহে।

-


6 FEB 2020 AT 18:39

এইবাৰ আকোঁৱালি লোৱাৰ প্ৰচেষ্টাত আছোঁ
তুমি দিয়া
আঘাত আৰু কথাবোৰৰ
প্ৰতিউত্তৰ বিচাৰি আছোঁ,নিজকে বুজিবলৈ
সময়বোৰৰ সৈতে
আলোচনাত মিলিত হৈছোঁ

-


4 FEB 2020 AT 10:36

স্মৃতিবোৰক একাকাৰ কৰিব শিকিব লাগিব,
দৃঢ় আৰু কৰ্মশীল
হোৱাৰ ওপৰিও আত্মবিশ্বাসী হবই লাগিব,
চাপোৰ্ট হিচাপে
কোনোবা এজনী থকাটোও সমানেই প্ৰয়োজন,

Because of only
Har successful addmi k pise
Koy Na koy, Larki ki hatt hote ha .

-


17 JAN 2020 AT 8:40

হিয়া উজাৰি দিবানে এবাৰ ,
আহিবানে এবাৰ
মাথোঁ
এবাৰ
ক্ষন্তেক সময়ৰ বাবে,তুমি গুচি যোৱাৰ পিছৰে
পৰা ৰংবোৰ নেদেখা হলোঁ, এন্ধাৰ প্ৰিয় হলোঁ,ৰাজপথত সৰাপাত লেখিয়া হাজাৰ জনে গছকে এতিয়া,
মই যদি কওঁ,তোমাৰ সেইখন
অহংকাৰী চোলা,যিটো গুচি যোৱাৰ সময়ত পৰিধান কৰিছিলা,খুলি উভতি আহিবানে এবাৰ ..?
মই যদি কওঁ,
দিবানে এবাৰ স্পৰ্শ কৰিব,চকুৰ মণি সংযোজন ঘটাব,
তুমিতো জানাই ..!
তোমাৰ স্পৰ্শত প্ৰাণ পাই উঠে ,মোৰয়েই হিয়া ।
মই যদি কওঁ
তুমি শুনিবানে,কোৱাচোন এবাৰ,মাথোঁ এবাৰ কোৱা .......

-


15 JAN 2020 AT 18:27

আৱেগ ভৰা হাজাৰটা অকবিতা
তথাপিও
তুমি সুখী হোৱা, তোমালৈ থাকিল শুভেচ্ছা ।

-


Fetching Meh Di Quotes