꧁༒☬BHAGAWAT ☬༒꧂ ꧁༒☬ভগৱৎ ☬༒꧂  
4 Followers · 7 Following

read more
Joined 29 May 2021


read more
Joined 29 May 2021

নিজৰ হৃদয়খনক কেতিয়াও এজোপা বাঁহগছৰ দৰে গঢ় নিদিব । কিয়নো , বাঁহগছ এজোপা প্ৰথম অৱস্থাত কঠিনেই থাকে । কিন্তু যেতিয়াই ই এক যান্ত্ৰিক পৃথিৱীৰ মাজেদি ধাৱমান হয় , শেষত গৈ ই কাগজৰ দৰে তেনেই পাতল পৰ্দাথৰহে ৰূপ লয় । গতিকে, যিমানেই জটিল পৰিস্থিতি নাহক কিয় , নিজকে দুৰ্বল নকৰিব ।

-




সুযোগ শব্দটো বহুত নিষ্ঠুৰ হয়। যিদৰে ই এটা তিনিটা আখৰৰ সংমিশ্ৰণৰে গঠিত এটি সৰু শব্দ , যদি ইয়াক আমাৰ বাকযন্ত্ৰৰ দ্বাৰা উচ্ছাৰিত কৰোঁ , ই পলকতে ধ্বনিত হৈ শেষ হয়। ঠিক , একেদৰে বাস্তৱতো ই খুব কম সময়ৰ বাবেহে আহে আৰু গুচি যায়।

-



অন্তৰ খুলি সপোন দেখক । মাত্ৰ সপোনবোৰ চন্দ্ৰৰ দৰে নেদেখি সূৰ্য্যৰ দৰে দেখিব শিকক। কিয়নো, যেতিয়া আপোনাৰ সপোনৰ ঠিকনাবোৰ সূৰ্যৰ পোহৰৰ দৰে উজ্বল হৈ এদিন বাস্তৱ হ'ব , তেতিয়া বেলেগ কোনেও আপোনাৰ পৰা সেই সপোনবোৰ কাঢ়ি ল'ব নোৱাৰিব, কাৰণ তেওঁলোকক সেই সূৰ্য্যৰ উত্তপ্ত কিৰণে পুৰি পেলাব।

-



শিক্ষাগুৰু হৈছে এজোপা এজোপা সুগন্ধি ফুল, যাৰ সুগন্ধই সুবাস বিলাই আমাৰ শিষ্যসকলৰ মাজত আৰু সেই সুবাসেই কেতিয়াবা বন্ধুতৰ দৰে সু-সম্পৰ্কৰ গঢ় লয়।

-


Seems ꧁༒☬BHAGAWAT ☬༒꧂ ꧁༒☬ভগৱৎ ☬༒꧂ has not written any more Quotes.

Explore More Writers