Ujjwal Jyoti Nath   (Ujjwal Jyoti Nath)
355 Followers · 64 Following

Student
Physics Department
Cotton University
ujjwal.jnath1998@gmail.com
Joined 5 October 2018


Student
Physics Department
Cotton University
ujjwal.jnath1998@gmail.com
Joined 5 October 2018
5 JUN 2022 AT 14:54

It takes me into you,
Makes me fall in love;
There must be a wooden bridge;
To walk with the morning Dove,
From the bougainvillea's art;
To Shakespeare's heart.

-


9 MAY 2020 AT 0:37

তুমি আহি দি যোৱাহি কোমল স্পর্শ,
ঠিক সাগৰৰ ঢৌৰ দৰে;
মই জি উঠোঁ আকৌ এবাৰ,
ঠিক শুকান বালিৰ দৰে।

-


13 SEP 2019 AT 20:25

আশা যদি কাহানিবা প্ৰস্ফুটিত ফুল হয়;
সেয়া তোমাৰ বাবেই,
সপোন যদি কাহানিবা ফুলনি হয়;
সেয়াও তোমাৰ বাবেই,
সময় যদি কাহানিবা উপহাৰ হয়;
তেন্তে সেয়াও তোমাৰ বাবেই....
হাঁহিৰ আঁৰৰ হাঁহিবোৰ আশাকৰোঁ আৰু উজ্জ্বল হ'ব।
জীৱনৰ আঁৰৰ জীৱনবোৰো নিশ্চিতভাৱে আৰু মসৃণ হ'ব।।

-


15 JUN 2021 AT 0:22

দুখন নদীৰ কাহিনী...

-


15 JUN 2020 AT 1:10

হৃদয়ৰ হাবিয়াস
(In Caption)

-


31 MAY 2020 AT 20:39

তাই --- তোমাৰ দৰে ল'ৰা যদি সকলোৱেই পালেহেঁতেন....
সি --- না। পাব নোৱাৰে। মোৰ দৰে ল'ৰা পাবলৈ
তোমাৰ দৰে ছোৱালীয়োটো লাগিব। আছে জানো?

-


11 MAY 2020 AT 19:46

অশান্ত মনৰ দুৱাৰদলিত
ৰৈ বাৰে বাৰে টুকুৰিয়াই
ভাৱনাবোৰ কবিতাৰ
ৰূপত উলিয়াই অনা
তাইজনীলৈ বৰকৈ
মনত পৰিছে...

-


10 MAY 2020 AT 12:52

ৰঙাৰে ৰঙীন মোৰ পৃথিৱীত তুমি পাৰিজাত হৈ ফুলিছা,
মোৰ শেঁতা ওঁঠত হাঁহি আকিছা;
আৰু মই অলকানন্দাৰ দৰে বৈ আহিছোঁ তোমাৰ পাৰে পাৰে,
মৰম ঢালি আজুৰি আনিছোঁ তোমাৰ সুবাস..

-


9 MAY 2020 AT 13:55

মইতো নহয় তোমাৰ প্ৰেমৰ বেদীত অৰ্পণ কৰিবলগীয়া ৰঙা ফুলৰ পাহি,
তথাপি কিয় মোৰ দুচকুৱে বিচাৰি পাই তোমাৰ ওঁঠত মোৰ বাবে সেউজীয়া হাঁহি!

-


8 MAY 2020 AT 23:38

The smell of dirty torn clothes is more fragrant than perfume.

-


Fetching Ujjwal Jyoti Nath Quotes