Ujjal Dutta Official   (✍️ Ujjal)
3 Followers · 3 Following

Writer
Joined 7 January 2022


Writer
Joined 7 January 2022
23 JAN 2023 AT 18:43

প্ৰতিশ্ৰুতিৰ দৰে প্ৰেমো আধা হৈয়েই থাকিল!!সাক্ষাৎকাৰ কম আছিল!!
অপেক্ষা বেছি আছিল!!

-


23 JAN 2023 AT 10:25

তোমাৰ হৃদয় চুই ঘূৰি আহিম,,
তুমি বতাহক মোৰ ঠিকনা সুধি থাকিবা।।

-


22 JAN 2023 AT 18:06

মানুহে আমাক তেনেকৈয়ে বনাই থাকিল,,
কেতিয়াবা খেলনা,,
কেতিয়াবা ধেমালি,,
কেতিয়াবা দৰ্শন।।

-


11 JAN 2023 AT 11:51

Good morning

-


10 JAN 2023 AT 17:09

বিশ্বাস কৰা

তোমাৰ কান্দোনৰ মূহুৰ্ত বোৰ
এদিন হাঁহিত পৰিণত হব মাথোঁ ভগৱানৰ ওপৰত ভৰসা ৰাখা😊

-


24 JAN 2022 AT 10:32

যেতিয়া মোৰ হৃদয়ে আশীৰ্বাদ বিচাৰোঁ
কেৱল তোমাক বিচাৰোঁ
তোমাৰ অনুগত সংগী বিচাৰোঁ
যি ভালপোৱা দেখি এই পৃথিৱীয়ে হিংসা কৰে
তেনেদৰে ভালপোৱা হবলৈ আশীৰ্বাদ বিচাৰোঁ।।

-


7 JAN 2022 AT 11:09

আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ🙂🥀 ।

-


7 JAN 2022 AT 10:58

তুমি মোক চিন্তা কৰি লোৱা
তেতিয়া মই তোমাৰ সকলো নিৰৱতাক পঢ়ি লম
তুমি এখোজ আগবাঢ়ি আহা
তেতিয়া মই গোটেই যাত্ৰাৰ বাট মুকলি কৰি লম।।

-


7 JAN 2022 AT 10:48

জানা নে,,
কেৱল অত্যন্ত বিচাৰিলেই নহব
ভাগ্যও থাকিব লাগিব
কাৰুৱাৰ মৰম-ভালপোৱা পাবলৈ।।

-


7 JAN 2022 AT 9:49

কাৰোবাক ইমানেই ভালপোৱা যায় যে☺️
তেওঁক ভালপাওঁ বুলি কবলৈও 
ভয় হয়!
যদি তেওঁ বেয়া পাই চিৰদিৰ বাবে

আঁতৰি যায়।


-


Fetching Ujjal Dutta Official Quotes