Uddipan Hazarika  
21 Followers · 14 Following

Joined 25 April 2019


Joined 25 April 2019
20 OCT 2021 AT 22:53

বাৰে বৰণীয়া জীৱনটো.. শেষত বগা ৰঙত মিলিত হয়।
এইফালে চিতাৰ গুৰিত অগ্নিশৰ্মা সৈতে বিলীন তেওঁৰ দেহ, আনহাতে তেওঁৰ এসময়ৰ আপোন বুলি কোৱা কেইজন মদৰ সৈতে স্নান..কাষত বহি।
তেওঁৰ পৰলোক প্ৰাপ্তি আৰু আনফালে পৰিয়াল বৰ্গয়ে দিয়া ভোজৰ আয়োজন । তাৰে দহজনৰ মাজত এজনৰ পেট ভৰাই খোৱাৰ সুযোগ। দুখ কাৰ? ভোকাতুৰৰ নে মানুহৰ?
জীৱনৰ শেষবাৰটো আনৰ সহায়ৰ হাত।
কোনে কয় মানুহ নিৰ্ভৰশীল নহয় বুলি, নিজৰ ভৰিত যিমানে থিয় নিদিয়া কিয় ,তুমি আনৰ সহায় নোলোৱাকৈ কেতিয়াও আগুৱাই যাব নোৱাৰা।
আজি তোমাৰ সুযোগ, কালি আকৌ আনৰ পৰা বিভিন্নদৰে সুযোগ লোৱাটোৱে মানুহৰ জীৱন ।।
'''বুকু ফালি চিঞৰাৰ আগতে নিজক চাবা কাৰ পৰা কি সহায় পায় তুমি আগুৱাইছা'''

-


11 OCT 2021 AT 16:05

যদি তোমাৰ ভুল বিলাক অথবা তোমাৰ weakness বিলাক তথা তোমাৰ দুৰ্বলতা বিলাকৰ অযোহাত দেখোঁয়াই কোনোবাই তোমাক এৰি থৈ গৈছে তথা তোমাৰ এৰি থৈ যোৱাৰ কথা কৈছে তেন্তে congratulation এইতো তোমাৰ বাবে ভাল খৱৰ কাৰণ তুমি এনেকুৱা এজন মানুহ deserve কৰা জোনজন মানুহে তোমাৰ ভুল বিলাক তুমাৰ weakness বিলাক জানিব তুমাৰ লগত কাইজীয়াও কৰিব কিন্তু main কথা তোমাক সোধৰাব আৰু এই সকলো জনাৰ পিছতো তোমাৰ লগত থাকিব।কাৰণ পৃথিৱীত কোনো মানুহ perfect নহয় তোমাক এৰি যোৱাৰ এশ টা কাৰণ থাকিলেও তোমাৰ লগত থকাৰ হাজাৰ টা কাৰণ উলিয়াব যদি এনেকুৱা মানুহ তোমাৰ জীৱনত আছে তেন্তে your lucky তেওঁক তোমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ নিদিবা যদি নাই তোমাৰ জীৱনত তেন্তে ধৈৰ্য্য ধৰা কাৰণ সঠিক সময়ত কৈ আগত কোনেও একো নাপাই।

-


4 OCT 2021 AT 14:45

ভালপোৱা যেন সাঁথৰ হৈ পৰিছে,হিয়া উজাৰি ভাল পাম নে নিজকে সংযত কৰি ৰাখিম কেতিয়াবা বুজিব নোৱাৰো।অত্যাধিক সুখী হলেও কেতিয়াবা ভাৱ হয় যেন অনাগত দুখৰ বৰ্হি প্ৰকাশ,তথাপি এতিয়া সুখী হোৱাত কোনো আপত্তি নাই।সুখত অলপ দুখ নাথাকেই যদি সুখৰ মুহুৰ্ত বোৰ শূন্য হৈ পৰাৰ দৰেই লাগে।

-


4 OCT 2021 AT 13:49

মই বুজি নাপাওঁ যে মানুহবোৰে এটা relationship ত থাকি আন এটা relationship কেনেকৈ সোমাবলৈ পাৰে ?কাৰোবাক ভাললগা আৰু ভালপোৱাৰ মাজত বহুখিনি পাৰ্থক্য থাকে।এটা সম্পৰ্কত থাকিলে হয়তো সকলোবোৰ আপুনি নাপাবও পাৰে । আৰু এই নোপোৱা খিনী যদি আপুনি অন্য এজন ব্যক্তিৰ মাজত বিচাৰি পাইছে,তেনেহলে সেই ব্যক্তিজনৰ প্ৰতি attracted হোৱাতো স্বাভাৱিক। কিন্তু সেই বুলি বৰ্তমান যিজন ব্যক্তিৰ লগত এটা সম্পৰ্কত আছে,তেওঁক cheat নকৰিব ।কথাবোৰ আপোনাৰ partner জনক খোলাখুলিকৈ কয় দিয়ক। যদি move on কৰিব বিচাৰিছে,তেনেহলে আপুনি সেইটো কয় দিয়ক। but don't cheat your partner.কাৰণ হৃদয় ভঙাৰ দুখবোৰ বৰ কষ্টদায়ক,তাতকৈ বেছি কষ্টদায়ক বিশ্বাস ভঙ্গ হোৱাৰ দুখবোৰ।কাৰণ কেতিয়াবালৈ সেই ব্যক্তি জন বা জনীয়ে পুনৰাই কাৰোবাক ভাল পাবলৈ শিকাটো কঠিন হৈ পৰে✌

-


8 SEP 2021 AT 11:40

অচিনাকী মানুহৰ সৈতে চিনাকী হোৱা উৎকন্ঠা তেতিয়াই নাইকিয়া হল যেতিয়া চিনাকী মানুহবোৰে অচিনাকী হোৱা অভিনয় কৰিলে

-


8 SEP 2021 AT 11:22

জীৱনত সুখ আৰু দুখ থাকিবই। প্ৰতিগৰাকী মানুহে জীৱনত সুখ আৰু দুখৰ সন্মুখীন হয়। ধনী মানুহৰ জীৱনতো দুখ আছে। টকা পইচা নথকা মানুহ এজনো সুখত থাকিব পাৰে। সুখ আৰু দুখ আপেক্ষিক | সেয়ে আমি দুখবোৰ পাহৰি জীৱনটো ভালদৰে উপভোগ কৰা প্ৰয়োজন। সিদিনা মন্দিৰলৈ গৈছিলো। বিয়া এখন আছিল। গৈ দেখিলো ফুটপাথত পৰি থকা ভোকাতুৰ ভিক্ষাৰী। আগতেও দেখিছো। মন্দিৰৰ চিৰাচৰিত দৃশ্য এয়া। কিন্তু সেইদিনা এজন বৃদ্ধ লোকৰ দুৰৱস্থা দেখি বহুত বেয়া লাগিল। জীৱন ইমান মর্মান্তিক নে? হাত ভৰি কঁপি থকা মানুহজনে ভালদৰে ভাত খাব পৰা নাই | ইমানেই দুর্বল। তেওঁৰ তুলনাত আমি দেখোন বহুত সুখী। আমাৰ দুখৰ কাৰণ দেখোন একো নাই । হয়, আমাৰ দুখবোৰ স্বাৰ্থজড়িত। উদাহৰণ স্বৰূপে কাৰোবাৰ পৰা প্ৰতাৰিত হৈছো বা বিছৰা জনৰ পৰা একো নাপালো। চিৰদিনৰ কাৰণে আপোন কৰিব বিচৰা মানুহজনেই আমাক দুখ দিছে। এই সাধাৰণ কথাবোৰ ভাবি আমি দুখত ভাগি পৰো| প্ৰকৃততে এইবোৰ একো দুখৰ কাৰণ নহয়| এইবোৰ সাধাৰণ কথা।

-


7 SEP 2021 AT 15:53

প্ৰেম আচলতে অনুভৱ কৰিবলৈহে হয় ।সেই ভালপোৱা মানুহজনক একপক্ষীয় ভাৱে চিৰজীৱনৰ ভালপোৱাৰ মজাটোৱে যে বেলেগ❤

-


20 AUG 2021 AT 19:36

আশা ৰ চাকি গছি যিমানে দূহাতে সাৱটি ধৰোঁ সিমানে বতাহ জাক আহি চাকি
গচি নুমুৱাব ধৰিছে। চাকি গছি সুদীর্ঘ দিন ধৰি জ্বলি থাকে তাৰে কামনাৰে এগচি আশা ৰ বন্তি।।

-


20 AUG 2021 AT 19:36

আশা ৰ চাকি গছি যিমানে দূহাতে সাৱটি ধৰোঁ সিমানে বতাহ জাক আহি চাকি
গচি নুমুৱাব ধৰিছে। চাকি গছি সুদীর্ঘ দিন ধৰি জ্বলি থাকে তাৰে কামনাৰে এগচি আশা ৰ বন্তি।।

-


25 JUL 2021 AT 23:38

সলনি হব পৰাকৈ সৃষ্টি কৰা হ'লে অসুখী হোৱাৰ প্ৰশ্নয়ে নাহে... সলনি হব পৰা মানুহবোৰ যথেষ্ট সুখী তেওঁলোকে দুখৰ পোচাক পৰিধান কৰিব নিবিছাৰে সলনি হয় অন্য সুখলৈ………॥
বিনাচৰ্তে॥☺🤞

-


Fetching Uddipan Hazarika Quotes