Tutumoni Devi   (Nijara ✍🏼)
5 Followers · 13 Following

অকলশৰীয়া মই জনী😥🙆🏻‍♀️
আনক হহুৱাই ভালপোৱা ছোৱালী জনী🥰😍
সকলোবোৰ থাকিও আজি নিসংগ😴😴
Joined 24 July 2022


অকলশৰীয়া মই জনী😥🙆🏻‍♀️
আনক হহুৱাই ভালপোৱা ছোৱালী জনী🥰😍
সকলোবোৰ থাকিও আজি নিসংগ😴😴
Joined 24 July 2022
27 MAY 2024 AT 1:51

আপোন জনৰ কিছুমান কথাই কেতিয়াবা বৰ বেয়াকৈ আঘাত কৰে হৃদয় খনত💔🥺

-


23 AUG 2022 AT 1:05

অতিৰিক্ত ভালপোৱাই শেষত চকুপানী হে😭
উপহাৰ দি যায়🎁

-


16 AUG 2022 AT 15:20

জীৱন
এতিয়া জীৱন জীয়াবলৈ একো নাই
নিজৰ বুলিনো কি জীয়াম
মানুহে কয় জীৱনটো নিজৰ গতিকে,
নিজৰ মতে হেপাঁহ পলুৱাই জীয়াই থাকক
কিন্তু মই দেখোন নোৱাৰিছো
জীয়া সপোন বোৰ মৰহি গ'ল🥺
আধা বাততে জীৱনে হুমুনিয়াহ কাৰিলে
জীৱনত দেখা সেই সেউজীয়া সপোন বোৰ
এতিয়া অশ্ৰু হৈ নামিল😭
জীৱনত দেখা সেই সপোন সকলোৱে
পূৰ কৰিব নোৱাৰে
ভাগ‍্যক ধিয়াই এতিয়া জীৱনে কান্দিছে
জীৱনে কান্দিছে ভাগ‍্যক ধিয়াই
সকলো ঠান বান হৈ গ'ল এই জীৱনত
মাথো জীয়াই থাকিব লাগে জীয়াই আছে
এই নৰদেহা😔
একো নাই সকলো শূন্য


-


15 AUG 2022 AT 1:44

ভাৰত মাতা কি জয়
বন্দে মাতৰম
🇮🇳জয় হিন্দ🇮🇳
❤️❤️

-


13 AUG 2022 AT 7:01

🌺🌼সু-প্ৰভাত🌼🌺

-


10 AUG 2022 AT 13:22

এতিয়া ভাল লগাবোৰো এৰি দিলো

-


10 AUG 2022 AT 13:03

যি আছিল সেয়াও আজি আতৰি গ'ল
আজি নিজৰ ভুলে মোক কোঙা কৰি পেলালে
এতিয়া কাৰোবাৰ স্বাৰ্থৰ বলি হৈ জীয়াই
থাকিব লগা হৈ পৰিলো
ভুল মোৰেই আছিল নে
এতিয়া এটা সাঁথৰ হৈ থাকিল

-


10 AUG 2022 AT 12:45

এতিয়া অতীতক সুৱৰি কান্দি উঠে ভগ্ন হিয়াই
😭💔😭💔

-


10 AUG 2022 AT 12:29

আজি সচাঁ ভালপাই ঠগ খালো💔
খোজে প্ৰতি উজুটি খাওঁ🚶🏻‍♀️
মৰম বোৰ চলনাময়ী হ'ল🤦🏻‍♀️
স্বাৰ্থত হে লুকুৱাই থাকিল
সেই ভালপোৱা😩
এতিয়া হৃদয় খনে
চিঞৰি চিঞৰি কান্দিলেও😭
শুনিবলৈ কোনো নাই
নিসংগ হৈ পৰিলো😴

-


9 AUG 2022 AT 19:58

সীমাহীন ভালপোৱাই বহুত কষ্ট দিয়ে😭

-


Fetching Tutumoni Devi Quotes