জীৱন
জীৱন মানেনো কি ??
তিনিটা বৰ্ণৰে গঢ়া এটি শব্দ।
জীৱন মানে চোন সকলো মিছা
সঁচা মিছাৰ হিচাপ কৰোঁতেই চোন
শেষ হয় জীৱন!?
সঁচা বুলিবলৈ আছেনো কি??
সঁচা বুলিয়েই মানুহে আছে বন্দী হৈ
মিছাৰ মায়াজালত!
ইয়াততো সঁচা বুলিবলৈ একোৱেই নাই !
সঁচা মাথোঁ ভগৱান
সঁচা মাথোঁ মানুহে
ইজনে সিজনক দিয়া
প্ৰতাৰণা!!
বিশ্বাসঘাটকতা!!
দুখ-কষ্ট !!
-
মৰহি যোৱা আশাবোৰক
জীপাল কৰি তুলিবলৈ
আহিছিল তেওঁ,
মনত জগাই দিছিল
আশাৰ নতুন জোৱাৰ।
হৃদয়ত সিঁচি দিছিল
ভালপোৱাৰ নতুন বীজ।
কিন্তু আশাবোৰক হ'ল
মোহাৰি পেলাবলগীয়া,
বীজৰ পৰা পুলি নহওঁতেই !
কাৰণ এইয়া আছিল মাথোঁ
আশাবাদী মনৰ ভ্ৰম !!-
Keep smiling always... Even if your smile is not beautiful...😂
-
তুমি নাহৰ হৈ ফুলি ৰোৱা মোৰ পদূলিত,
কোনোবা এদিন জোনাকী ৰাতি...
তুমালৈ চাই চাই
কবিতা লিখিম ।-
I think there should be a person in everyone's life.. who is excited to talk to you... Who will support you how bad the situation is.. who will take care of the every little thing of you.. who will find time to talk to you how busy he/she is.. who will not disrespect you.. etc..... & most importantly with whom u can share everythinggggg without any hesitation.. & with whom you can be "YOU" .. & You find peace and happiness...
-
Understanding is deeper than knowledge... If you have knowledge but you can not understand anyone then your knowledge is valueless...
-
The sky was full of stars.... & he was looking at her face...💕
-
Never forget them.. who ignored you when you needed them the most.. and who stayed beside you before you even had to ask.....
-
I feel very happy when someone remembers my every little thing or every little thing about me😊😊.. It is a sign of their attention to me.. and I find happiness from these little things...❣️❣️
-