TARALI DEKA   (Tarali)
314 Followers · 130 Following

read more
Joined 21 April 2020


read more
Joined 21 April 2020
6 APR 2022 AT 16:15

সচাঁই কি সুন্দৰ এই পৰিৱেশ !
মৌনতা বিৰাজমান..
মলয়াছাটিৰ কোবে উৰুৱাই নিলে আমাৰ গলৰ tie
এখোজ দুখোজকৈ আগবাঢ়িলো দুয়ো
উদ্দেশ্য bus-fees দিয়া

-


6 APR 2022 AT 0:34

Music doesn't cost anything
It serves you at its own cost..

-


27 SEP 2021 AT 22:45

তত্ত্বগধুৰতাৰ সীমনাত যদি পাৰে
দেখা কৰিবহি এবাৰ,
অজুহাত উলিয়াই সুধি চাম
মোৰ প্ৰতি থকা মৰমৰ প্ৰগাঢ় ৰহস্য !
পৰিসীমা নালাগে প্ৰণয়ৰ ঘনত্ব ক'ব !!
লগতে ময়ো উনুকিয়াম
মোৰ প্ৰেমৰ প্ৰবলতা,
সুযোগকণ পালে ।।

-


11 SEP 2021 AT 19:12

It was late in the afternoon
And I was all alone,
Sitting on the balcony outside
Arguing with myself inside!

In that great absence
Denying my alone honour,
A tiny bird was there
Of blue feather.
It's sweeten chirpings healed my day..
The day, which took my happiness away.
We both were each other's company
Along with the wind blow,
Until the streetlights glow..

It was turning blackish grey slowly,
Noone else but only me,waiting for some drops of rain willingly...

The sky turned naked without stars
As it blessed me with rain,
The rain whose tiny but precious diamonds
Cleaned my soul and brain...!

-


31 OCT 2020 AT 21:32

প্ৰয়োজন জানো কোনোকালে শেষ হয়..
তেনেহ'লে....
এয়া কি....??
নোপোৱাক পোৱাৰ আশা
নে সাব্যস্ত কৰা অধিকাৰ...???

-


15 OCT 2020 AT 11:10

অকলশৰীয়া হৈ বহি হতাশা বা নৈৰাশ্যত ডুব নাযাব;
নিজস্বতাত ডুব যাওঁক...
ভাবক কিমানেনো সুযোগকণ পায়
নিজৰ জীৱনত সমাজ আৰু সংসাৰৰ পৰা কাচিৎ আতৰি
নিজক লগ পোৱাৰ,
নিজকে জুকিয়াই চোৱাৰ!!!

-


7 OCT 2020 AT 7:42

\\ শেৱালিৰ বিয়া //

-


5 OCT 2020 AT 19:30

এটি সৰু প্ৰশ্ন তোমালৈ...!!!
সম্পৰ্কবিচ্ছেদ মানেই শত্ৰুতুল্য নেকি???
তেনেহ'লে..!!
তোমালৈ থকা মোৰ দুৰ্বলতাৰ নাম কি...???
আত্মাৰ কাকুতি নে আসক্তি...???

-


26 SEP 2020 AT 9:36

কাইলৈৰ পৰা সমাজৰ টুটকীয়া কথা প্ৰচাৰ কৰিবলৈ জন্মাবোৰৰ মুখতো আশীৰ্বাদ শুনিবা...
কাৰণ কাইলৈ মোৰ তোমাৰ প্ৰেয়সীৰ পৰা
পত্নীৰ স্থানলৈ উন্নীতকৰণ হ'ব।

-


26 SEP 2020 AT 8:57

পুৱতি নিশা যেতিয়া নিয়ৰ সৰে....
ঠিক তোমাৰ দৰেই ময়ো উমলিব খোজো
তলসৰা শেৱালী হৈ সেউজীয়াৰ বক্ষত...!
আৰু তোমাৰ মেঘালী ক্লেশত সন্তৰ্পণে আনি গুজিব খোজো
দুৱৰিত তিৰবিৰাই থকা বাখৰুৱা হীৰাকেইটা ..!

-


Fetching TARALI DEKA Quotes