15 OCT 2019 AT 23:13

জাকৰুৱা সন্ধিয়া এটিৰ হেঙুলীয়াখিনিত
তোৰ সতে ওমলিম
আহিবি প্ৰেমৰ বাঁহীটি লৈ
এটি আধৰুৱা কবিতা হৈ...

- Tanmoyee