QUOTES ON #অৱকাশ

#অৱকাশ quotes

Trending | Latest
8 AUG 2019 AT 16:19

এক খন্তেকীয়া অৱকাশ বুলি আকোৱালি লৈছিলো তোমাৰ নিস্তব্ধতা খিনিক,
ভুল কৰিলোঁ চাগে মই
এতিয়া দেখোন এই নিস্তব্ধতা খিনিৰ অন্ত পেলাবলৈ তোমাৰ মাত এষাৰৰ বাবে পিয়াপি দি ফুৰিব লগা হৈছে।

-


9 AUG 2020 AT 17:31

যাওঁ বুলিয়ে গলাগৈ
এবাৰো ঘূৰি নাচালা
নে চোৱাৰ অৱকাশেই নাপালা

-


13 DEC 2018 AT 3:06

অজুহাতবোৰ অভিযোগলৈ ৰূপান্তৰিত
হ'বলৈ ধৰিলেই জীৱনে অৱকাশ
হেৰুৱাই পেলায়!...

-