নাজানো...
এই যাত্রাৰ অন্ত ক'ত??
মাথোঁ সীমাহীন হেঁপাহেৰে ৰৈ আছোঁ
মোৰ যাত্রাৰ অন্তিম শিখৰটোলৈ ,
য'ত আকাংক্ষিত সপোনবোৰে ঠিকনা পাব....।।
( আপোনাৰ অপেক্ষাত ❤ )
-
21 DEC 2021 AT 21:02
নাজানো...
এই যাত্রাৰ অন্ত ক'ত??
মাথোঁ সীমাহীন হেঁপাহেৰে ৰৈ আছোঁ
মোৰ যাত্রাৰ অন্তিম শিখৰটোলৈ ,
য'ত আকাংক্ষিত সপোনবোৰে ঠিকনা পাব....।।
( আপোনাৰ অপেক্ষাত ❤ )
-