QUOTES ON #এটা_আধৰুৱা_প্ৰেম_কাহিনী_

#এটা_আধৰুৱা_প্ৰেম_কাহিনী_ quotes

Trending | Latest
4 DEC 2018 AT 11:37

"এটা আধৰুৱা প্ৰেম কাহিনী"

(বিয়াৰ এক বছৰৰ পাছত Ex Boyfriend ৰ লগত ফোন বাৰ্তালাপ)
(কাল্পনিক) দ্বিতীয় খণ্ড

ছো: নহয় অ তুমি বুজিব চেষ্টা কৰা ৷ মা-দেউতাৰ সুখী কৰিব
গই আজিলৈ মই দুখৰ বাহিৰে একো এ নেপালোঁ ৷
ল: হব হব এইবোৰ আৰু মোক নকবা আৰু দুখ নিদিবা মোক৷
এইবোৰ কথা কই মোৰ মন সলনি নকৰিবা সকলো পাহৰি
পেলাইছো এটা কলা অতীত বুলি ভাবি৷
ছো: অ নকওঁ দিয়া ভুলটো মোৰে ৷ অই তোমাৰ বিয়াৰ কথা
ওলাইছে নে ঘৰত ?
ল: কৈছিল মাই মই না কৰি দিলো ৷
ছো: কিয় ?
ল: মন নাই ! এতিয়া আৰু মোৰ এইবোৰত মন নাই ৷
ছো: হব দিয়া যি হ’ল হ’ল বিয়া খন পাতিবা সোনকালে
ধুনীয়া ছোৱালী এজনী চাই আৰু শুনাচোন বিয়ালৈ মাতিবা
হা তোমাক দৰা সাজত চাবলৈ বৰকৈ মন আছে ৷

-


5 DEC 2018 AT 12:44

"এটা আধৰুৱা প্ৰেম কাহিনী"

(বিয়াৰ এক বছৰৰ পাছত Ex Boyfriend ৰ লগত ফোন বাৰ্তালাপ)
(কাল্পনিক) তৃতীয় খণ্ড
ল: হব দিয়া যদি পাতো মাতিম৷হব দিয়া
এতিয়া ৰাখোঁ মই অলপ ব্যস্ত আছো৷
ছো: (আবেগিক হৈ) ৰবা চোন অলপ আজি তোমাৰ লগত কথা পাতিব মন গৈছে
ল: ইমান দুখ দি আতৰি গইছিলা চোন ইতিয়া আকৈ হথাৎ মোৰলৈ মৰম বাহিছে যে
ছো: (আবেগিক হৈ) নাজানো আজি কিয় তোমাৰ লগত কথা পাতি থাকিব এ মন গইছে৷
ল: শুনিছো তোমাৰ ছোৱালী এজনী হৈছে বোলে ৷
ছো: ওম ২ মাহ হইছে ৷
ল: নাম কি ৰখাইছা তাইৰ?
ছো: অনামিকা ৷
ল: Wow Nice Name তুমি জানানে এই নামটো মোৰ ভাল লগা নামবোৰৰ ভিতৰত এটা৷ (আবেগিক হৈ) আৰু আমি যে আগতে আমাৰ মাইনা হতৰ কি নাম ৰাখিম তাক লৈ কাজিয়া কৰিছিলোঁ তোমাৰ মনত আছেনে?
ছো: (আবেগিক হৈ) আছে অ ৷ বাৰু তোমাৰ মা-দেউতাৰ ভালনে ?
ল: ওম ভালেই ৷ অই শুনা না মোৰ বেলেগ ক’ল এটা আহি আছে এতিয়া ৰাখো দিয়া ৷
ছো: (আবেগিক হৈ) হব দিয়া কিন্ত মই আকৌ ক’ল কৰিম
ল: না নকৰিবা আৰু দুখ নিদিবা plzzzz
ছো: (আবেগিক হৈ) নহব কৰিমেই ৷

-ধন্যবাদ-

-


1 DEC 2018 AT 14:02

"এটা আধৰুৱা প্ৰেম কাহিনী"

(বিয়াৰ এক বছৰৰ পাছত Ex Boyfriend ৰ লগত ফোন বাৰ্তালাপ)
(কাল্পনিক) প্ৰথম খণ্ড

ল: হেল্ল’.....কোন ?
ছো: মই....তোমাৰ..
ল: এতিয়া আৰু তুমি মোৰ নহয়...পাহৰি পেলাইছো সকলো..
কোৱা কিয় আজি মনত পেলালা
ছো: আজি বৰ মনত পৰিছে অ তোমালৈ ৷
নাজানো কিয় তোমাৰ লগত কথা পাতিব মন গইছে !
বাদ দিয়া এইবোৰ তোমাৰ খবৰ কোৱা?
ল: আছো দিয়া তুমি এৰি গলা বুলি এ টো নিজকে শেষ কৰি
দিব নোৱাৰো ৷ইতিয়া আৰু অকলশৰে জীয়াই থাকিব শিকিছোঁ ৷
ছো: আই পাগল কিয় এনেকৈ কইছা ৷ মোতকৈ বহুত ভাল ছোৱালী
পাবা তুমি৷
ল: কিন্ত মই যে তোমাক ভাল পাইছিলো ! থান-বান কৰি গুচি
গলা মোৰ হৃদয় খন৷

-