যেতিয়ালৈ আপুনি নিজৰ মাজতে হাৰি নাযায় !
আপোনাক কোনো হৰুৱাব নোৱাৰে !!-
Instagram - dhru_va_na... read more
এই যে...
তুমি বেলেগৰ হ’লা বুলি জানিও
তোমাক এক মুহূৰ্তলৈ পাহৰিব পৰা নাই !
তোমাৰ সেই ফটো, মেছেজ বোৰ চালে যে এতিয়াও
মোৰ দুচকু চকুলোৰে ভৰি পৰে !
সেয়া কি ভালপোৱা নহয় জানো ?-
তোমাক পাহৰি থাকিবটো নোৱাৰোঁ কাহানিও !
পাহৰি থকাৰ অভিনয় কৰিব শিকিছোঁ ক্ৰমশঃ ৷৷-
কবলগীয়া’টো বহু কথাই আছে !
কিন্তু...
আৰম্ভ ক’ত কৰো শেষ ক’ত কৰো...সেইটো আৰু এতিয়া কল্পনাৰো অতীত ৷৷
-
মোৰ ভালপোৱা’টো ইমানো সস্তীয়া নাছিল !
যে...
দুপেগ সুৰাৰ ৰাগিত তোমাক পাহৰি থাকিব পাৰিম ৷৷-
ভাল’টো তোমাক সেই আজিও আগৰ সমানেই পাওঁ !
মাথো....এতিয়া তোমাক নিজৰ কৰাৰ হাবিয়াস নাই ৷৷
-
ভাল পাইছিলোঁ বাবেইতো এতিয়াও হৃদয়ত আছা তুমি !
যদি অভিনয় এ কৰিলোঁ হয়... হইতো WhatsApp Chats List ত থাকিলা হই ৷৷-
" সময় "
বৰ নিষ্ঠুৰ সময় ! কেতিয়া কাৰ কেনেকৈ সলনি হৈ যায় একমাত্ৰ সেই সময়’হে জানে ৷
তথাপিও আমি বৈ যা’ব লাগিব সেই সময়ৰ সোতত...যদিও আমি জ্ঞাত নহয় !!
সময়’ৰ সোতৰ শেষ ঠিকনা
সময়’ৰ শেষ আধালিখা দস্তাবেজ !!
- ✍🏻 Dhruba ধ্ৰুৱ
-
তোমাৰ জীৱনৰ পৰাটো আতৰি আহিব পাৰিলোঁ সঁচা !
কিন্তু
তোমাৰ প্ৰতি থকা ভালপোৱা আজিও শেষ হোৱা নাই
হইটো নহবওঁ কাহানিও ৷৷-