Surabhi Barman   (সুৰভী🦋)
687 Followers 0 Following

read more
Joined 26 December 2018


read more
Joined 26 December 2018
22 JAN 2022 AT 23:22

ভালপোৱাৰ আবিৰ ঢালি
লোৱাহি মোক আকোঁৱালি... 💕

-


2 AUG 2021 AT 20:59

হৃদয়ৰ কোমল দুৱাৰ খুলি দিছিলো
তুমি সোমোবা বুলি,
কিন্তু তুমি নোসোমাই
সোমোৱাই দিলা বিষাদৰ ভাইৰাছ... 😊

-


2 AUG 2021 AT 20:33

সি কন্দোৱাইছে তাই কান্দিছে,

তথাপি শেষ হ'ব দিয়া নাই তাই সিহঁতৰ সম্পর্ক...

-


29 MAY 2021 AT 14:10

তেওঁৰ মিছা প্ৰেমত পৰি
এতিয়া মই তেওঁৰ ব্যৰ্থ প্ৰেমিকা.... 😌

-


20 OCT 2020 AT 19:37

মোৰ নিসংগতাই মোক বাৰে বাৰে সোঁৱৰাই..


এচমকা কলা ডাৱৰ
এটা মৃত‍্যুহীন কবিতা

আৰু এই অজ্ঞাত প্ৰেমিকাৰ
হিয়াভৰা অব‍্যক্ত বেদনা....

-


13 AUG 2020 AT 21:01

মোৰ জীৱন ডায়েৰী পৃষ্ঠাত
তেওঁ এটি কবিতা হৈ ৰৈ গ'ল....




দৰদী, অভিমানী, অভিসাৰী কবিতা।।

-


10 AUG 2020 AT 14:09

নিজৰ বুলিবলৈনো কি আছে,
যি আছে সেয়া ও আনৰেই হ'বগৈ....

-


30 MAR 2020 AT 14:29

নিজৰ বুলিবলৈ নো আছে কোন,
সকলো আনৰেই দেখোন....😊

-


24 AUG 2020 AT 21:03

কবিতা কবিতা লগা তেওঁজন
কবিতা হৈয়ে ৰ'ল
আৰু...
নিৰৱতাৰে পৰিসমাপ্তি হ'ল
আৰম্ভণি নোহোৱা এটি স্মৃতি!!

-


6 AUG 2020 AT 23:13

তেওঁ মোৰ প্ৰিয়জন আছিল সচাঁ,
মই কিন্তু তেওঁৰ প্ৰয়োজনহে আছিলো!!!💔

-


Fetching Surabhi Barman Quotes