বেয়াবোৰ পাহৰি নতুনক আদৰাৰ সময় এইয়া।
পোৱাতকৈ নোপোৱাৰ সংখ্যা সদায় বেছি।
গতিকে পোৱাবোৰক লৈ সুখী হোৱা।
এই সামৰণি হওঁক শ্ৰেষ্ঠতাৰ আৰম্ভনি,
প্ৰবাহিত হওঁক প্ৰেম, সুখ, সম্প্ৰীতিৰ।
নতুন সময়বোৰ হওঁক সফলতাৰ সময়।।
ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছাৰে!
সকলোলৈ🙏
© চানি বৰা
-
Sunny Shilpi Bora
(Sunny)
65 Followers · 11 Following
✍My pen my words
My lines my thoughts ❣
Live fully love' freedomly❣
My lines my thoughts ❣
Live fully love' freedomly❣
Joined 1 August 2017
1 JAN 2022 AT 9:53
13 NOV 2021 AT 23:27
'সপোন' যদি অটল হয়।।
'ত্যাগ' যদি সাৰ্থক হয়।।
'লক্ষ্য' নৈতিকতাৰ হয়।।
©চানি বৰা-
1 JAN 2020 AT 12:07
শব্দই ক্ষতি কৰিব পাৰে
শব্দই অন্ত পেলাব পাৰে
শান্ত থাকক, সু সাস্থ্য আৰু অচৰ্য্য ৰে ভৰি পৰক বছৰটো।
সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল।।❤
এই ২০২০ বৰ্ষই দিয়ক শুভকামনা আৰু সুখ, আনন্দ।।❤-
30 NOV 2019 AT 23:32
Lesson can be a part of good and bad but decision is yours to go through which road of it.
-
25 OCT 2019 AT 1:05
The best thing she did was her ignorance,
and the best thing he did was enjoying her ignorance with love, care and smile.-
9 MAR 2019 AT 2:39
To have the Love'.
And to get the Love'.
Depends upon accepting of flaws,
regarding the Love'.
-
9 FEB 2019 AT 23:14
Take courage as your strength,
and then you see success will be in your hand.-
26 DEC 2018 AT 0:21
Every beginning,
Comes from something,
Starts with a happening.-