আঘাতবোৰে দুখ,কষ্টবোৰে মানুহৰ জীৱনলৈ বহুতো সলনি লৈ আহে। শিক্ষা পোৱা যায় যে মানুহবোৰ সলনি হৈ যায় সময়ৰ লগে লগে,স্বাৰ্থ শেষ হোৱাৰ পাছত।🥀💔
আচলতে আপুনি কিমান অকলশৰীয়া তেতিয়াহে উপলব্ধি কৰিব যেতিয়া হাজাৰ জন Contact list ত থকাৰ পাছতো যেতিয়া মনৰ কথাবোৰ খুলি কবলৈ এজন প্রিয় মানুহৰ অভাৱ হব✨🥀🥺-
I always remember 'ভগৱানে সকলো জানে'..🖤
The most expensive liquid in the world is a tear it's 1%water and 99%feelings.Think before you hurt someone ✨💔🥀🥺
-
বুজিয়েই নাপাওঁ জীৱনটোৰ নিয়মবোৰ; এফালে কয় "অপেক্ষাৰ ফল মিঠা" আকৌ কয় সময় কাৰো বাবে ৰৈ নাথাকে।।🥀🥺
-
Dear God, I may not understand why everything is happening in my life right now but I just want to say, I trust you ❤️🙏
-
তিনিধৰণৰ মানুহৰ অহংকাৰ বেছি
- বেছি শিক্ষিত হ'লে
- বেছি সুন্দৰ হ'লে
- বেছি টকা-পইছা হ'লে 🙏🙏🙏-
Whatever you want to do , good or bad , people will always have something negative to say about you ☺️
-
কাৰো ওচৰত নিজকে ভাল প্ৰমাণ কৰী থকাৰ কোনো ইচ্ছা নাই মোৰ মই জানো নহয় মই কেনেকুৱা সেয়াই হ'ব 🙏
-
কিছুমান মানুহে মোক বহুত ভালপায় কিন্তু অকল প্ৰয়োজনৰ সময়ত হে 🙏
-
পাওঁ নে নাপাওঁ নাজানো কিন্তু প্ৰতিদিন তোমাক ভগৱানৰ ওচৰত খুজিব নাপাহৰো 🤍
-
হাজাৰ জনৰ লগত কথা পাতিব নিবিচাৰো... হাজাৰটা কথা তোমাৰ লগত পাতিব বিচাৰো.
-