সন্ধ্যাৰ জোনাকী   (Adhikya ✿♡)
52 Followers · 25 Following

read more
Joined 24 July 2020


read more
Joined 24 July 2020

নিশাৰ বাৰ্তালাপ মোৰ
জোনতোৰ লগত,,
অভিমানেৰে ভৰা
অজস্ৰ কথা,,
নিস্তব্ধতাত গধুৰ হোৱা,,
মোৰ মৌনতাৰ
শিহৰণত ,,
খেলিমেলি মনৰ
দুমুজা,, আঁতৰাইছে।।
খিৰিকীৰ ফাঁকেৰে সোমাই অহা
এছাতি শীতল বতাহে,,
আৰু মই মাথোঁ,,
স্বস্তিৰ নিশ্বাস এৰি
দুচকু মুদি অনুভৱ কৰিছো
নিজক,, মোৰ মনক,,

-



People will try to divert you and also your mind set.. মানুহে কথা ক'ব ই ।। এয়াৰ ভিতৰত কেইজনমানে তোমাৰ ভালৰ কাৰণে,, নিস্বাৰ্থ ভাবে তোমাক ক'ব আৰু,, কেইজনমানে নিজৰ স্বাৰ্থ পূৰণৰ খাতিৰত showoff কৰিবৰ বাবে ।। ইয়াত দায়িত্ব মোৰ বা তোমাৰ আহি পৰে যে কোনটোক choose কৰিম ।। কি হয় জানা,, এনেকুৱা কিছুমান মূহুৰ্তত মনুহে এনেকুৱা কিছুমান কথা কৈ দিয়ে যʼত আমাৰ মগজুয়ে ইমান খিনি ভাবিব লৈ সময়ে নাপায় যে কি শুদ্ধ বা কি সঁচা ।। In that time Our mind just want to follow the people words .. like just go with flow. কিন্তু এনেকুৱা কৰাতো জানো শুদ্ধ ?? A big question mark right... বেলেগৰ কথা শুনি নিজস্ব ত্যাগ নকৰিব আৰু উতি ভাহি নাযাব।। সময় লওঁক আৰু নিজৰ শুনক।। মনতোৱে main. ❤️

-



মোৰ দুচকুৰ কোনোবা একোণত

হয়তো,, তুমি ভালপোৱাৰ 

ঠিকনা বিচাৰি ফুৰা ,,

মায়াসনা দুচকুৰ আকুলতাত

হয়তো তুমি থমকি ৰোৱা 

চঞ্চল তাৰ উমান দিয়া দুচকুত,,

তোমাৰ নামৰ ভালপোৱা

সজাব খোজা,,

উতনুৱা মনৰ স্থিৰতা বিচাৰি,,

জীয়া জীয়া সপোন ৰচা

-



বিদায় শব্দটোৱে যেন মনতো
গধুৰ কৰি তুলে ,,
হৃদয়ৰ কোনোবা একোণত
ৰিঙা ৰিঙা লাগে,, 
তথাপিও মনতোৱে সাহসেৰে
কৈ উঠে,,,
এয়াই শেষ নহয় !!
আৰু বহুদূৰ বাকী ,,
উচ্চতাৰ শিখৰত উপনীত হবলৈ ।।
এইবোৰতো মাথোঁ একো একোটা
আৰম্ভণি,,
হয়তো অভিজ্ঞতা বা অনুভূতি ।।
এইবোৰেই মোৰ
জীৱন পথৰ,,,
আশাৰ ৰেঙণি ।।

-



এপলক জীৰাবলৈ দিয়া,,

তোমাৰ সান্নিধ্যত ,,

দেখিবা মনতোৱে কৈ উঠিব ,,

ঐ সময় তই ৰৈ যা ❣️। 

-



সম্ভৱতঃ মনতোৱে বিচাৰিছে
এই নিশা শেষ নহওঁক
সম্ভৱতঃ মনতোৱে বিচাৰিছে
এই সময়খিনি স্তব্ধ হৈ ৰওঁক
ৰিব ৰিব বতাহৰ হেঙুল আন্ধাৰ
ভাল লাগে দিয়াচোন
চকুমেলা স্বপ্ন মোৰ
এই,,
নিৰিবিলি সন্ধ্যাৰ ।।

-



শব্দৰ কথানো কি কম !!
প্ৰয়াস কৰিছোঁ অকণমান
বুজাবলৈ ,,মনৰ কথাবোৰ ।।
তুমি মাথোঁ আমেজ লোৱা
মোৰ অনুভৱৰ ।।

-



আজি বাৰুকৈয়ে কবলৈ 
মন গৈছে,, তোমাক 
মন জোৎস্নাৰ অনাবিল 
স্নেহৰ ভাষাৰে
বোৱাব মন গৈছে,, এটি নিজৰা
ভালপোৱাৰ ।
ৰুনুক জুনুক শব্দৰ,,,
এটি মিঠা সুৰ হʼবা তুমি ।।
মন কাৰেংৰ অজুত স্বপ্ন মোৰ ,,
মনখুলি কৈ যাম তোমাক
সেই বিশেষ শব্দ দুটাৰে !!
,,,
ভালপাওঁ তোমাক ।।

-



~ অই,, আজি মনতো গধুৰ লাগিছে ।
~ কিয়?? আজি ভাতৰ লগত ইটা খালি নেকি 🤔
~ ধেই !! অলপো নুবুজ মোক 😣।
~ বুজো কাৰণে তো তোক হঁহোৱাবলৈ চেষ্টা কৰিছোঁ ।।
~ হ'ব অলপ বেছি।।🙂
~ না,,, নহয় তোৰ কাৰণে বহুত বেছি
~ কিহৰ কথা কলি তই ??
~ ভালপোৱাৰ আকৌ❣️
~ হোহ🙂,,, হ'ব থ' তোৰ খন্তেকিয়া ভালপোৱা ।
~ কি হ'ল নো ইমান ??
~ নাই একো,,,, কাইলৈ কম শুই থাক ।।
~ কিয় ??মোকো নকৱ নে !!
~ নাই অলপমান নিজকে নিজে বুজাই চম্ভালিবলৈ প্ৰয়াস কৰোঁ 😌।।
~ কিয় ??
~ মানুহবোৰ যে সলনি হৈ যায় সেইবাবে ।।

-



They get atteched to me . Like I am everything for them. They act like they care for me , understand me. They expect those things from me that I can't gave them. Even they forgot to ask me for a once what I want. They act like it's ok. But it's not. I think different when I talk to them and they also think different. I used to think that they are my well-wisher , my friends, my closet one. But at the end they treat me like it's all my fault to get atteched with them . So what!! I don't tell you to talk with me, like me. Act wisely and please don't act like immature. Think before you do☺️.

-


Fetching সন্ধ্যাৰ জোনাকী Quotes