Simi Deka   ("Simi")
340 Followers · 349 Following

●Student

●Fun loving girl😘
Joined 28 April 2020


●Student

●Fun loving girl😘
Joined 28 April 2020
26 MAY 2020 AT 19:10

ৰক্তৰাগি সন্ধিয়াৰ পাষাণত
নিৰ্মমতা আৰু নিৰ্লজ্জতাৰ প্ৰহাৰ,
উন্মত্ত সমাজৰ উন্মাদনতা
স্বাৰ্থসিদ্ধিৰ আলাপ।

এক হিংসুক দাৱানলত অৰণ্য
পাশৱিক দাখলিকত্বৰ হাবিয়াস ,
মানৱতাৰ মৃত্যু,আসুৰিকতাৰ প্ৰসাৰ।

সমানে মত্ব প্ৰকৃতিৰ ধ্বংস ক্ৰিয়াত
সঘনে বাজিছে যৱনিকা ঘণ্টা
জীৱৰ জীৱন কালৰ ।।







-


2 JUN 2021 AT 21:59

🍃পৰিচয়ত,
তোমাকো সামৰি ৰাখিছো,এনে নহয় যে মই বাধ্য,কথাতো হল তুমি যোগ্য,আৰু এয়া তোমাৰ প্ৰাপ্য।
🍂

-


1 JUN 2021 AT 22:04

বিশ্বাসৰ আশ্বাসদি এনেদৰে ভেটি লুটি গল,
যেন কোনো বেপৰোৱাই হাইব্ৰিড বিকি গল।
👽

-


28 MAY 2021 AT 21:39

কোন আপোন কোন পৰ্।
সকলো দেখোন স্বাৰ্থৰ পয়োভৰ।।

-


28 MAY 2021 AT 15:37

ঘোপামাৰি🙄 কেৰাহীকৈ😒 চাইছিল এদিন যেতিয়া মই ধুনীয়া গোলাপ🌹 জোপাক সুধিছিলো,হেৰা মোৰ বাগিচালৈ যাবা?

আজি সময় উকলিল মোৰ বাগিচাখন ভৰিল,সিপিনে গোলাপজোপা ক্ৰমাৎ মৰহিল 🥀।

এতিয়া গোলাপ জোপায় মোক কয়ঃ তুমি হেনো মোৰ বাবে ঠাইয়ে নেৰিলা?
😂😂😂

-


26 MAY 2021 AT 21:27

🦋এটা সময়তে হাজাৰৰ প্ৰেমত পৰি
দিকভ্ৰান্ত হোৱা বিহংগ জনীও যে কয় মনটোক বান্ধিবলৈ শিকা
"ই বৰ চয়তান।"🦋

-


26 MAY 2021 AT 11:04

🍁
আধৰুৱা সেই সফলতা
যত তোমাৰ উল্লাস নাই ।

পূৰ্ণতা হব পাৰে কোনো বিফলতাত
তোমাৰ সান্নিধ্যই যদি হিয়া উপচাই।।🍁🍁

-


24 MAY 2021 AT 19:50

জীৱনত যদি সুখী হৈ থাকিব বিচৰা
সদায় সংখ্যালঘুৰ মাজত জীয়াই থাকিবলৈ শিকা,জীৱনটো যিমানেই কম সংখ্যকৰ মাজত ভগাই যাবা ,দূখ বোৰ সিমানেই আতৰত আৰু সুখ বোৰ সিমানেই ওচৰ চাপি আহে।
মানুহ সামাজিক জীৱ,সামাজিকতা শিকাই,
কিন্তু সকলো সমাজে মানৱতা নিশিকাই ।

-


18 MAY 2021 AT 12:12

🍂নিজৰ ভাষাতে জানো কি কৈ গলা,অভিমান উপচিল মোৰ।
উত্তৰত বোলো: যদি জানিব খোজা
হৃদয়লে আহিবা মোৰ।।🍂

-


16 MAY 2021 AT 20:43

কঠোৰতা দেখুৱাই অনুশাসন কৰিছা, ঠিক আছে,

পিছে আদৰেৰে আকৌ স্থবিৰ কৰি,হিয়া জুৰাবাহি।

কাৰণ মানুহে মৰম পাহৰি থয়।
জখম্ যে যুগমীয়া হয়।।

-


Fetching Simi Deka Quotes