You know what matters to You Most
Just Believe , Have Faith & Walk Along
With the Most Precious Gift of You.
Make Life Beautiful, Peaceful & Worthy .
-
অন্ধকাৰক ভয় নকৰিবা
ইয়াৰ এক নিজা অনন্য সুন্দৰ পৰিচয় আছে
নীৰৱতাত অকলে থিয় হ'বলৈ।
নিজৰ ৰশ্মিৰ সৈতে বিলিন হ'বলৈ।
নিজা ছাঁ হৈ সকলো প্ৰতিকূলতাৰ মাজত
স্থিৰ আৰু উজ্জ্বলতাৰে
জিলিকি থাকিবলৈ ।
নিজ যাত্ৰাৰ পথ গঠন কৰি খুজ দিবলৈ
যেতিয়ালৈকে ই সূৰ্যৰ দৰে
জিলিকিব নোৱাৰে
তেতিয়ালৈকে ৰণত হাৰ নামানা
এক দৃঢ় প্ৰতিঙ্গাৰ স্ৰৰুপ
হৈ জীৱনত আগুৱাই গৈ থাকিবলৈ .....
- শিখা বৈশ্য
-
Don't be afraid of Darkness
It has it's own Unique beautiful Identity
To stand Alone in Silence
With it's own Ray of Light
Following it's own Shadow
Shining Steady & Bright
Amongst all odds
Creating it's own Footprints
Towards the Path of Brightness
Until it glows like the Sun.
-
All you can Do today is -
Keeping calm Yourself
Maintaining Psychological Balance
Distancing from superfluous-
If You possess an honest & genuine SMILE , You are the most happiest person ever .
-
ভয় লাগে ৰণত ভৰি থৱলৈ
কিজানিবা আকৌ এবাৰ হাৰি যাওঁ।
ভয় লাগে সমালোচনাৰ বলি হ’বলৈ
কিজানিবা আকৌ এবাৰ ভাগি পৰো।
ভয় লাগে নিজক বিশ্বাস কৰিবলৈ
কিজানিবা আকৌ এবাৰ হেৰাই যাওঁ।
ভয় লাগে
প্ৰতিটো ক্ষণতে কিজানিবা ক’ৰবাত
থমকি ৰওঁ
জীৱন বাটত আগুৱাই যাবলৈ
ভয় লাগে
আকৌ এবাৰ পৰাজয় হ’বলৈ।
সঁচাকৈ ভয় লাগে
ভাগ্যৰ আগত মূৰ তুলিবলৈ
ভয় লাগে।
- শিখা বৈশ্য
-