আৱেগৰ বুকুচাত উঠি
উৰি যাবলৈ মন যায়
শৈশৱৰ সেই নিজৰাটিত
আকৌ এবাৰ সাতুৰিবলৈ মন যায়
মন যায়
আকাশৰ সেই নীলাখিনি
চুই চাবলৈ
মন যায়
জোনাকৰ দেশত তৰাৰ দলিচাখন
চিলাই লবলৈ!!-
Satarupa Bharadwaj
(Satarupa Bharadwaj)
2.1k Followers · 2.5k Following
গীতিমালিকাৰ গীতি
বাস্তৱিকতাত সপোনৰ ঠাই বিচাৰি.....
মোৰ সৃষ্টিৰে সপোনক বাস্তব ৰূপ দিবলৈ প্ৰয়... read more
বাস্তৱিকতাত সপোনৰ ঠাই বিচাৰি.....
মোৰ সৃষ্টিৰে সপোনক বাস্তব ৰূপ দিবলৈ প্ৰয়... read more
Joined 22 March 2019
5 JAN 2023 AT 22:18
4 JAN 2023 AT 22:12
It was just a feeling for you
And now it's beyond everything for me!!-