অসমীয়াত এসাৰ কথা আছে "আপোন ভালেই জগত ভাল",
তুমি যদি মনৰ পৰা সুন্দৰ ,তেতিয়া প্ৰতিজনৰ ভাল-বেয়া প্ৰতিটো কথাকে সুন্দৰভাৱে লবা আৰু যদি তুমি মামৰে ধৰা মনৰ গৰাকী, তেতিয়া হ'লে প্ৰতিজনৰ প্ৰতিটো কথাকে তুমি বেয়া দৃষ্টিৰে চাবা।-
23 JUN 2019 AT 22:33