"kuch saalon baad na jaane kya hoga,
na jaane konsa dost kahan hoga.
phir milna ho toh milenge yaadon mein, jaise sookhe hue gulaab milte hain kitaabo'n mein.
wo din, wo baatein, kabhi bhool na paayenge,
anjaane raahon mein bhi yaad tumhe kar jaayenge.
aaj muskurate hai jin baaton pe saath-saath, kal unhe yaad karke tanha ho jaayenge"-
IG : sanak_das
FB : সনক দাস ✌🏻
𝑫𝒐𝒏'𝒕 𝒘𝒂𝒔𝒕𝒆 𝒚𝒐𝒖𝒓 𝒕𝒊𝒎𝒆 𝒘𝒊𝒕𝒉 𝒆... read more
প্ৰয়োজন জানো আছে ?
চকুলো লুকুৱাই হাঁহিৰে
তেওঁৰ মন জিকাৰ আৰু
স্বাভিমানৰ পৰিভাষা হেৰুৱাই
অভিমানী হোৱাৰ !
-
কাৰোবাৰ অবিহনে
সুখী হব নোৱাৰো
বুলি জনাৰ পিছতো
অকলশৰে সুখী হবলৈ কৰা
ব্যৰ্থ প্ৰচেষ্টাই হ'ল মোৰ জীৱন ।।-
অপেক্ষাতো তোমাৰ বাবে সদায় কৰিম ,
যদি আহা মন উজাৰি কথা পাতিম ,
আৰু যদি নাহা
তোমাৰ স্মৃতিবোৰতেই নিজক বিলীন কৰিম ।।-
ভুলৰ সংশোধনত ক'ৰবাত হামখুৰি খাই পৰিছিলো !
নাই বিশেষ আঘাত পোৱা নাই .....
আপুনি চিন্তা নকৰিব , মই পুনৰ উভতিব পাৰিম ।।-
Everyday is a new beginning 🌈
Take a deep breath 😌
Smile 😊
And start again 🌸
_________________________________-
After losing someone ....
Things and pics are only treasure for us ✌🏻
_____________________________________-
তোমাৰ উশাহতেই মোৰ সপোন প্ৰাণময়ী হয় ....
সেউজী হাঁহিৰে বুকুত এজাক বসন্তই ৰিঙিয়াই ।।
____________________________________-
২-৩ বছৰৰ এটি প্ৰিয় অতীত আছিলা , কিন্তু এতিয়া তুমি মোৰ দুচকুৰ সন্মুখত..........
কোনোদিন তোমাৰ বাবে অপেক্ষা কৰা নাছিলোঁ , হয়তো পুনৰ এবাৰ লগ নোপোৱাৰ নিশ্চিয়তাত আছিলোঁ ... কিন্তু এতিয়া ...
এটি নাটকীয় পৰিচয়ৰ আঁৰত থকা স্মৃতিবোৰ সজীৱ কৰি তুলি আকৌ নোপোৱাৰ বেদনা সজীৱ কৰি নুতুলিবা ।।-
তোমাৰ পৰা দূৰত থাকিয়েই তোমাক অযুত মৰম ❤️ দি যাম ।।
লগ নাপাওঁ তো কি হল , তোমাৰ ফটোখন 📸 চায়েই তোমাক ভাল পাই যাম 😊 ।।
____________________________________-