“কেতিয়াবা ‘যাওঁ’ বুলি
কোৱা কথাষাৰৰ আঁৰত
‘ৰৈ যোৱা না’ বুলি
শুনাৰ হেঁপাহ অকণ লুকাই থাকে।
আৰু আমি মানুহবোৰ ইমান ব্যস্ত যে
সেই হেঁপাহকণ বুজাৰ বাবে সময় নলওঁ।
এনেকৈয়ে অকলশৰীয়া হৈ গৈ থাকে
কত মানুহ।”
🥀🖤-
নৱবৰ্ষৰ পৰিকল্পনা,🏷⏳️
ঠগখাম,মদ খাম, হৃদয় পুৰি চিগাৰেটৰ ধোঁৱা উৰুৱাম,
জুৱাৰ আড্ডাত জীৱন গঢ়িম,সফল হোৱাৰ সপোন ৰচিম,
হাঁহিম,কান্দিম, নিজৰ মাজতে আকৌ এবাৰ নিজক বিচাৰিম,
অপেক্ষা কৰিম উপেক্ষিত হম,
ৰং হেৰুৱা জীৱনক লৈ দুখৰ কবিতা লিখিম
আৰু
কৰ্মহীন ব্যস্ততাৰে আকৌ এটা নৱবৰ্ষলৈ অপেক্ষা কৰিম। 🎭🌜
।।শেষত চিঞৰি কম জীৱন জিন্দাবাদ।। ✨️🥳-
২০২৪ শেষ হ'বলৈ মাত্ৰ কেইদিনমান বাকী!
প্ৰিয় ব্যক্তিজনক মেনচন কৰা!
যাৰ সৈতে বছৰটো ভাল দিনবোৰ পাৰ হৈ গল, সেইজন ব্যক্তি সদাই বিশেষ হৈ থাকক ।
🌸💖🏷-
২০২৪ শেষ হ'বলৈ মাত্ৰ কেইদিনমান বাকী!
প্ৰিয় ব্যক্তিজনক মেনচন কৰা!
এই বছৰ যাৰ সৈতে চিনাকি হৈছা,
যাৰ বাবে বছৰটো ভাল দিনবোৰ পাৰ হৈ গল,
সেইজন ব্যক্তি সদাই বিশেষ হৈ থাকক ।
🌸💖🏷📌-
December, বছৰৰ শেষৰ মাহ, শেষ বছৰ যিয়েই নহওক কিয়, আগলৈ সকলো ‘ভাল’ হওক। নিজে ভালে থাকিও, ওচৰৰ আৰু দূৰৈৰ সকলো প্ৰিয় ব্যক্তি ভালে থাকক। সকলোৰে ইচ্ছা পূৰণ হওক। সকলোৰে প্ৰিয় মানুহবোৰ কাষতে থাকক। নতুন মাহ, নতুন বছৰে ভাল সম্পৰ্ক কঢ়িয়াই আনক।❤️
-
"শুকান পাতৰ দৰে সিচৰি পৰিছো মই।,
তাকো আনে জ্বলালৈ হে সংগ্ৰহ কৰে"..
🤨🍂💔-
তাই কেতিয়াও মোৰ নাছিলেই
কিন্তু মই সদায় তাইক হেৰুওৱাৰ
ভয় কৰিছিলোঁ।। 😔💔-
চুই চোৱা সাধ্য নাই মোৰ,
অনুভৱতে ৰাখিছো তাইক,
দূৰত্ব যিয়েই নহওক, মই বৰ ভাল পাওঁ তাইক!
🖤✨️🫶-