Røhan sahariah  
0 Followers · 1 Following

I am a simple boy. If I get free time then I used to write poems sometimes 😊✌
Joined 9 May 2021


I am a simple boy. If I get free time then I used to write poems sometimes 😊✌
Joined 9 May 2021
5 SEP 2022 AT 18:55

Always respect your family
and their decisions they
never think to hurt you

-


5 SEP 2022 AT 18:49

Don't expect anything from
anyone except yourself

-


5 SEP 2022 AT 18:43

Enjoy your everyday life,
Nobody knows when it
gonna be stop

-


5 SEP 2022 AT 18:37

Walking alone is the best
way to understand yourself

-


5 SEP 2022 AT 18:29

If you can't love yourself
Then don't expect from
others

-


5 SEP 2022 AT 18:24

Silence is only the way
to understand peoples
what they think about
you

-


5 SEP 2022 AT 18:20

You can't see your future
But, You can make your future

-


29 JUN 2021 AT 16:20

জীৱন অাগুৱাইছে ,
সময়বোৰ অতীতৰ বুকুলৈ ঢাপলি মেলিছে,
সকলোৱে জীৱন ভাৰ লৈ
ন ন দিশলৈ অাগুৱাই গৈছে ।
কাৰোবাৰ বাবে দিনৰ সলনি হৈছে ,
কাৰোবাৰ বাবে সময়ৰ ,
কিন্তু এৰি থৈ যোৱা সেই বকুলৰ পদূলি,
মোৰ বাবে একেই অাছে,
য'ত ৰৈ অাছো এতিয়াও ,
স্তব্ধ হৈ বাট চাই অাছো
নতুন সময়ৰ অাশাৰে ।।

-


12 JUN 2021 AT 19:56

তুমি কোনো মাত্ৰ নাম নহয়,
বিশ্বব্যাপি হোৱা এক পৰিক্ৰমা,
সপোনৰ বাকৰি শুৱনি কৰা তুমি,
তুমিয়েই ধৰিত্ৰীৰ জীয়ৰী সুকন্যা ;
প্ৰকৃতিৰ এই নিৰৱ চঞ্চলতা,
সকলোতে যেন তুলনা তোমাৰ,
ব্ৰহ্মপুৱা এই শান্ত পৃথিৱী,
তোমাৰে সৰল ৰূপ সুকন্যা;
চিৰ সুন্দৰৰ সৃষ্টি তুমি,
ধৰিত্ৰীৰ গৰ্ভ কৰিছা শুৱনি,
ক্ষোভ মনৰ অন্ত কৰা ,
ধৰিত্ৰী জীয়ৰী তুমি সুকন্যা ;
সফলতাৰ দুৱাৰ মুকলাব ধৰিছা,
বিধৰ উৎপীড়নতা গচকি,
হ'ব শেষত তোমাৰেই জয়গান,
ধৰিত্ৰীৰ জীয়ৰী তুমি সুকন্যা ।।

-


9 JUN 2021 AT 13:10

I believe in let's go, not Let go

-


Fetching Røhan sahariah Quotes